Digboi Women Murder:
ডিগবৈত মহিলাৰ ৰহস্যজনক মৃত্যু I ডিগবৈ বগাপানীৰ মিতালী দিহিঙীয়া নামৰ মহিলাৰ মৃত্যু । ডিগবৈ আৰক্ষীয়ে আটক কৰিছে স্বামী প্ৰাঞ্জল দিহিঙীয়াক। মহিলা গৰাকীৰ আত্মীয়ৰ ভাষ্য অনুসৰি গিৰিয়েক প্ৰাঞ্জলে হত্যা কৰিছে মিতালীক। সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত। ডিগবৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
ADVERTISEMENT






























