Pandughat:
মহানগৰীৰ পাণ্ডু ঘাটত পুৱাতে উদ্ধাৰ হয় মৃতদেহ । ব্ৰহ্মপুত্ৰৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে নদী আৰক্ষীয়ে ৷ এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷ নদী আৰক্ষীয়ে অচিনাক্ত মৃতদেটো জিএমচিএইছৰ মৰ্গলৈ প্ৰেৰণ কৰিছে ৷
ADVERTISEMENT






























