Sikha karmi Protest:
মহানগৰীৰ চচলত জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী সকলে অব্যাহত থকা আমৰণ অনশনে আজি ভৰি দিলে ২৭ দিনত ৷ ভোকে-পিয়াহে প্ৰাপ্য বিচাৰি প্ৰতিবাদ শিক্ষক-শিক্ষয়িত্ৰীৰ বহু কেই গৰাকী হৈ পৰে অসুস্থ। তথাপিও অব্যাহত ৰাখিছে আন্দোলনৰ কাৰ্যসূচী ৷ আনকি অনশনস্থলীতে পাঠদান কাৰ্যসূচী চলাই যায় অনশনৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷
ADVERTISEMENT






























