Artificial Flood In Guwahati:
পুনৰ বানৰ কবলত স্মাৰ্টচিটি গুৱাহাটী৷ বুধবাৰে দুপৰীয়া অহা এজাক মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ সদাব্যস্ত কে’বাটাও পথ- উপপথ হৈ পৰে জলমগ্ন ৷ কৃত্ৰিম বানৰ বুৰিল ছয়মাইলৰ এটা পেট্রল পাম্প ৷
একেদৰে বেলতলা চাৰ্ভে,হাতীগাঁৱৰ সিজুবাৰী সহ প্ৰায়কেইটা আবাসী অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷মহানগৰীৰ বাসীৰ মন্তব্য কেতিয়ানো কৃত্ৰিম বানৰ পৰা মুক্ত হ’ব মহানাগৰিক ৷
ADVERTISEMENT






























