Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সুৰা-চিগাৰেট-শীতল পানীয়-ফাষ্টফুডৰ জিএছটিৰ হাৰ হ’ব ৪০ শতাংশ, বাঢ়িব দাম

publisher by publisher
August 22, 2025
in India, News
Reading Time: 1 min read
0
সুৰা-চিগাৰেট-শীতল পানীয়-ফাষ্টফুডৰ জিএছটিৰ হাৰ হ’ব ৪০ শতাংশ, বাঢ়িব দাম
0
SHARES
1
VIEWS
ShareShareShareShare

GST:✒️সকলো ঠিকে থাকিলে দেশৰ সাধাৰণ জনতাই উচ্চ হাৰৰ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ বোজাৰ পৰা অচিৰে মুক্তি পোৱাৰ সম্ভাৱনা অধিক প্রবল হৈছে। প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে এইবাৰৰ স্বাধীনতা দিবসৰ লালকিল্লাৰ অনুষ্ঠানৰ ভাষণত ঘোষণা কৰা অনুসৰি জিএছটিৰ মন্ত্রীগোট (জিঅ’এম)-এ জিএছটিৰ আমূল সংস্কাৰৰ পথ সম্প্রতি মুকলি কৰিছে।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ গ্রহণ কৰি এই ছজনীয়া মন্ত্রীগোটে বর্তমানে থকা জিএছটিৰ চাৰিটা হাৰৰ ঠাইত তিনিটা কৰাৰ পোষকতা কৰিছে। মন্ত্রীগোটে গ্রহণ কৰা প্ৰস্তাৱ অনুসৰি জিএছটিৰ মাথোঁ দুটা হাব ক্রমে পাঁচ শতাংশ আৰু ১৮ শতাংহে থাকিব।

RelatedPosts

‘জি এছ টি’ হ্ৰাস কৰি ঔষধৰ মূল্য সলনি কৰিব কোম্পানীয়ে, সংশোধিত মূল্য প্ৰকাশৰ নিৰ্দেশ কেন্দ্ৰৰ

জিএছটি হ্ৰাসৰ সিদ্ধান্তৰ পাছতে প্রতিবেগৰ মূল্য ১০ টকা পর্যন্ত বৃদ্ধি

জিএছটিৰ পাঁচ আৰু ১৮ শতাংশ হাৰ বাহাল ৰখাত অনুমোদন

অৱশ্যে স্বাস্থ্যৰ বাবে হানিকাৰক সামগ্রী আৰু অতি বিলাসী পণ্যৰ জিএছটিৰ হাৰ ৪০ শতাংশ কৰাৰ পোষকতা কৰিছে এই মন্ত্রী গোটে। উল্লেখ্য যে বর্তমানে ৫, ১২, ১৮ আৰু ২৮ শতাংশ-এই চাৰিটা হাৰৰ জিএছটি দেশত বলবৎ আছে। ইয়াবে পাঁচ আৰু ১২ শতাংশ আঁতৰোৱাৰ প্রস্তাৱ গ্রহণ কৰিছে মন্ত্রীগোটে।

আন দুটা হাৰ ক্ৰমে ১২ আৰু ২৮ শতাংশ প্রত্যাহাৰৰ পোষকতা কৰিছে এই মন্ত্রীগোটে। সূত্রই জনোৱা মতে, বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰী নেতৃত্বাধীন এই মন্ত্রীগোটে ‘ছিন গুচ্ছ’ অর্থাৎ স্বাস্থ্যৰ ক্ষতিকাৰক মদ, চিগাৰেট, ফাষ্টফুড, শীতল পানীয় আদি সামগ্রীক ৪০ শতাংশ হাৰৰ আওতালৈ অনাৰ পোষকতা কৰিছে।

তদুপৰি জিএছটিৰ এই প্ৰস্তাৱিত হাৰত অতি বিলাসী গাড়ীও থাকিব পাৰে। আনকি প’ৰ্ণগ্ৰাফিৰ ওপৰতো এই উচ্চ হাৰৰ জিএছটি আৰোপৰ পোষকতা কৰিছে মন্ত্ৰীগোটে।

স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পণ্যৰ ওপৰত অতি উচ্চ হাৰৰ জিএছটি আৰোপ কৰি এই সমূহ ক্রয়ত সাধাৰণ লোকক নিৰুৎসাহিত কৰিবলৈ বিচাৰিছে চৰকাৰে। বৈঠকত মন্ত্ৰীগোটৰ মুৰব্বী চৌধুৰীয়ে কয়, ‘কেন্দ্ৰীয় চৰকাৰে জিএছটি হ্রাসৰ যি প্ৰস্তাৱ আগবঢ়াইছে সেই প্রস্তাৱ আমি গ্রহণ কৰিছো। বৈঠকত সকলোৱে নিজা পর্যবেক্ষণৰ ভিত্তিত বক্তবা আগবঢ়াইছে। কোনো কোনো ৰাজ্যই আন প্রস্তাৱো দিছে। এইসমূহক লৈ জিএছটি পৰিষদে সিদ্ধান্ত গ্রহণ কৰিব।’

কেন্দ্রই ১২ আৰু ১৮ শতাংশ জিএছটি হাৰ বাতিলৰ প্ৰস্তাৱ দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্রস্তাৱ মন্ত্ৰীগোটৰ বৈঠকে গ্রহণ কৰে। মন্ত্রীগোটে এই প্রস্তাৱ জিএছটি পৰিষদলৈ প্ৰেৰণ কৰিছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা ছেপ্টেম্বৰত জিএছটি পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে কেন্দ্রীয় বিত্তমন্ত্রী নেতৃত্বাধীন জিএছটি পৰিষদে জিএছটি সম্পৰ্কত গ্ৰহণ কৰা সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হয়। অৱশ্যে এই মন্ত্ৰীগোটৰ পশ্চিমবংগৰ প্ৰতিনিধি চন্দ্রিমাই সংবাদ মাধ্যমক জনায় যে জিএছটি সংস্কাৰৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ ৰাজহ সংগ্রহ কি কি ক্ষেত্রত হ্রাস পাব আৰু ৰাজহ ক্ষতি কিমান হ’ব সেই সম্পৰ্কত কেন্দ্ৰৰ প্ৰস্তাৱত কোনো তথ্য উল্লেখ নাই।

বিষয়টো জুকিয়াই চোৱাৰ পোষকতা কৰিছে চন্দ্ৰিমাই। ৰাজহ ক্ষতিৰ হ্ৰাস কৰাৰ উদ্দেশ্যে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সামগ্ৰীসমূহৰ ওপৰত ৪০ শতাংশ পর্যন্ত জিএছটি বৃদ্ধিৰ প্ৰস্তাৱ তেওঁ আগবঢ়ায়। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ জিএছটি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ প্ৰস্তাৱো এই মন্ত্রীগোটলৈ আগবঢ়ায়।

এই সম্পর্কত চন্দ্রিমাই কয় যে জীৱন বীমা আৰু স্বাস্থ্য বীমা সংস্থাসমূহে যাতে সাধাৰণ মানুহক বুৰ্বক বনাব নোৱাৰে, তাৰ ব্যৱস্থাও কৰা উচিত বুলি তেওঁ কয়। তেওঁৰ মতে কেৱল জিএছটি প্রত্যাহাৰ কৰিলেই নহ’ব, জিএছটি প্রত্যাহাৰৰ পাছত যাতে বীমা সংস্থাসমূহে গ্রাহকসকলৰ কিস্তিৰ পৰিমাণ বৃদ্ধি কৰিব নোৱাৰে সেয়াও নিশ্চিত কৰিব লাগিব।

উল্লেখ্য যে সম্প্রতি জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ হৈ আছে। ইয়ে বহুতকে বীমা পলিচী ক্রয়ত নিৰুৎসাহিত কৰি আহিছে।

উল্লেখ্য যে জিএছটিয়ে দেশৰ সাধাৰণ জনতাক কোঙা কৰাৰ আভাস দাঙি ধৰি যোৱা স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কয় যে আগন্তুক দীপাৱলীৰ ভিতৰতে নতুন জিএছটি ব্যৱস্থা দেশত আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰীৰ এই ঘোষণা কাৰ্যকৰীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। সেই অনুসৰি মন্ত্ৰীগোটলৈ জিএছটি হ্ৰাসৰ প্ৰস্তাৱ কেন্দ্ৰই আগবঢ়ায়।

জিএছটি পাঁচ শতাংশ হ’ব প্রয়োজনীয় সামগ্ৰীসমূহৰ

এই প্ৰস্তাৱিত জিএছটি সংস্কাৰৰ পাছত অধিকাংশ প্রয়োজনীয় সামগ্ৰীৰ জিএছটিৰ পৰিমাণ পাঁচ শতাংশলৈ হ্রাস পোৱাৰ সম্ভাৱনা প্ৰৱল। আনহাতে, মানসম্পন্ন আন সামগ্ৰীসমূহৰ জিএছটি ১৮ শতাংশ হ’ব বুলি সূত্রই ইংগিত দিছে। দুদিন পূৰ্বে মন্ত্ৰীগোটৰ বৈঠকত বক্তব্য আগবঢ়াই কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে এক সৰলীকৃত ব্যৱস্থাই সাধাৰণ জনতা, কৃষক, মধ্যবিত্ত শ্ৰেণী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক উপকৃত কৰিব।

তদুপৰি ইয়ে জিএছটিক অধিক স্বচ্ছ আৰু বৃদ্ধি অনুকূল কৰিব বুলিও তেওঁ মন্তব্য কৰে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমানে ১২ শতাংশ জিএছটি আৰোপ হৈ থকা অধিকাংশ সামগ্ৰীৰে জিএছটি সংস্কাৰৰ পাছত পাঁচ শতাংশলৈ হ্রাস পাব। আনহাতে, বর্তমানে ২৮ শতাংশ জিএছটি অধীনত থকা অধিকাংশ সামগ্ৰীৰ জিএছটি ১৮ শতাংশলৈ হ্রাস পাব।

ফলত এনে সামগ্ৰীসমূহৰ মূল্য বহুলাংশে হ্রাস পাব বিভিন্ন সেৱাৰ ক্ষেত্ৰতো একে কথাই প্রযোজ্য হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GST
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d