BTC election date announced:
বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই ইউপিপিএল,বিপিএফ আৰু বিজেপিয়ে মাৰাথন প্ৰচাৰাভিযান চলাই থকাৰ মাজতে আহিল এটা ভাল খবৰ ।
ADVERTISEMENT
সকলো উৎকণ্ঠাৰ অন্ত পেলাই মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিটিচি নিৰ্বাচনৰ দিন। ২২ ছেপ্টম্বৰত ভোট গ্ৰহণ অনুষ্ঠাত হোৱাৰ বিপৰীতে ভোট গণনা হ’ব ২৬ ছেপ্তেম্বৰত ৷
বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে ৷ আনহাতে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন ৪ ছেপ্টেম্বৰ।






























