Guwahati Deadbody Recovered:
মহানগৰীৰ জালুকবাৰী সাতমাইলত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ দীপৰ বিলত মাছ মাৰিবলৈ মৃত্যুমুখত পৰে এজন লোক৷ স্থানীয় লোকে পানী উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ মৃত লোকজন সাতমাইলৰ নুৰু আলী বুলি চিনাক্ত কৰে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা এছডিআৰএফৰ দলে লোকজন মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে।
ADVERTISEMENT






























