Mangaldoi :
মঙলদৈৰ এগৰাকী অধিবক্তাৰ পৰা লুট আ-অলংকাৰ সহ তিনি গভাইত চোৰ আৰক্ষীৰ জালত ৷ ধৃত চোৰ কেইটা হ’ল নাছিৰ আলী, হাফিজুৰ ৰহমান আৰু আব্দুল গণি ৷
ADVERTISEMENT
উল্লেখ্য যে ধৃত তিনি চোৰে অধিবক্তা এগৰাকীৰ ঘৰৰ পৰা চুৰি কৰিছিল সোণৰ আ-অলংকাৰ ৷ এই সন্দৰ্ভত আৰক্ষী থানাত ভুক্তভোগীয়ে মঙলদৈ থানাত দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই চুৰিকাণ্ড অন্যতম মাষ্টাৰ মাইণ্ড তিনি গভাইত চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷






























