Tamulpur :
তামুলপুৰৰ ভূটান সীমান্তৰ দেৱীনগৰত বনৰীয়া হাতীৰ উপদ্ৰৱ
ADVERTISEMENT
কেইবাটাও পৰিয়ালৰ বাস গৃহ ভাঙি লণ্ড ভণ্ড
হাতীৰ আক্ৰমনত আক্ৰানত নিহত বুধু ৰাই মূৰ্মু নামৰ এজন লোক
নিশা বনৰীয়া হাতীয়ে ঘৰ ভাঙি থাকোতে হাতী খেদিবলৈ যাওতে হাতীৰ আক্ৰমনত নিহত হয় লোকজন






























