Arjun Bhugesawr Baruah Sports Complex:
ইতিহাস হ’ল ইন্দিৰা গান্ধীৰ নাম ৷ ইন্দিৰা গান্ধীৰ নামত উৎসৰ্গিত সৰুসজাই ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম সলনি হ’ল বুধবাৰে ৷ আজি অভিৰুচি ক্রীড়া দিৱসৰ দিনটোতে অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা প্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামাংকিত কৰা হ’ল সৰুসজাই ষ্টেডিয়ামৰ নাম ৷ এতিয়াৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পক অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প হিচাপে জনাজাত হ’ব ৷
ADVERTISEMENT
উল্লেখ্য যে,সৰুসজাই ক্রীড়া প্রকল্পক অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প হিচাপে ঘোষণা কৰা হ’ব বুলি কিছুদিন পূৰ্বে সদৰি কৰিছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷






























