Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জিএছটিৰ পাঁচ আৰু ১৮ শতাংশ হাৰ বাহাল ৰখাত অনুমোদন

publisher by publisher
September 4, 2025
in India, News
Reading Time: 1 min read
0
জিএছটিৰ পাঁচ আৰু ১৮ শতাংশ হাৰ বাহাল ৰখাত অনুমোদন
0
SHARES
4
VIEWS
ShareShareShareShare

GST:✒️প্রত্যাশিতভাৱেই জিএছটি পৰিষদে জিএছটিৰ হাৰ দুটালৈ হ্রাস কৰাত অনুমোদন জনালে। এই সিদ্ধান্ত অনুসৰি পাঁচ আৰু ১৮ শতাংশ জিএছটিহে দেশত থাকিব। বুধবাৰে নিশা এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে।

ADVERTISEMENT

আন দুটা জিএছটিৰ হাৰ ১২ আৰু ২৮ শতাংশ প্রত্যাহাৰ কৰা হৈছে। এই নতুন জিএছটিৰ হাৰ অহা ২২ ছেপ্টেম্বৰৰ পৰা বলবৎ হ’ব। ইয়ে দেশৰ সাধাৰণ জনতা আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক বৃহৎ সকাহ দিব বুলি বিত্তমন্ত্রীয়ে আশা প্রকাশ কৰিছে।

RelatedPosts

River Terminal in Guwahati: ৭ নৱেম্বৰত মুকলি হব মহানগৰীৰ ব্ৰহ্মপুত্র জাহাজ বন্দৰ

‘জি এছ টি’ হ্ৰাস কৰি ঔষধৰ মূল্য সলনি কৰিব কোম্পানীয়ে, সংশোধিত মূল্য প্ৰকাশৰ নিৰ্দেশ কেন্দ্ৰৰ

জিএছটি হ্ৰাসৰ সিদ্ধান্তৰ পাছতে প্রতিবেগৰ মূল্য ১০ টকা পর্যন্ত বৃদ্ধি

কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত বুধবাৰৰ পৰা আৰম্ভ হোৱা ৫৬ সংখ্যক জিএছটি পৰিষদৰ বৈঠকে জিএছটিৰ এই আমূল সংস্কাৰত অনুমোদন জনায়। দুদিন ধৰি চলিব লগা এই বৈঠকে বর্তমানে বলবৎ থকা আন দুটা জিএছটিৰ হাৰ (১২ আৰু ২৮ শতাংশ) বাতিলত সন্মতি দিয়ে।

কেতবোৰ জীৱনদায়িনী ঔষধৰ জিএছটি শূন্য কৰা হৈছে। বিত্তমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি মাখন, ঘিউ, শুকান বাদামজাতীয় ফল, মাংস, চেনিযুক্ত মিঠাই, জাম, ফলমূলৰ জেলি, ২০ লিটাৰৰ খোৱাপানীৰ বটল, ফলমূলৰ হীহ, ফলৰ ৰস, আইচক্ৰীম, বিস্কুট, কর্ণফ্লেক আদিৰ জিএছটি ১৮ৰ পৰা পাঁচ শতাংশলৈ হ্রাস পাইছে।

সূত্রই প্রকাশ কৰা অনুসৰি, ২৫শ টকা পর্যন্ত মূল্যৰ জোতা-ছেণ্ডেল আৰু পোছাকৰ জিএছটি হ্ৰাসৰ প্ৰস্তাৱ জিএছটি পৰিষদৰ এই বৈঠকে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। বর্তমানে এহেজাৰ টকা পর্যন্ত মূল্যৰ জোতা-ছেণ্ডেল আৰু চোলা-কাপোৰত পাঁচ শতাংশ জিএছটি বলবৎ হৈ আছে।

আনহাতে, এহেজাৰ টকাতকৈ অধিক মূল্যৰ এনে সামগ্ৰীৰ জিএছটিৰ পৰিমাণ ১২ শতাংশ। উল্লেখ্য যে কিছুদিন পূর্বে অনুষ্ঠিত জিএছটিৰ মন্ত্ৰী গোটৰ বৈঠকে জিএছটিৰ চাৰিটা হাৰৰ দুটা হাৰ আঁতৰাই দুটা হাৰ বাহালৰ প্ৰস্তাৱ জিএছটি পৰিষদলৈ প্ৰেৰণ কৰে। মন্ত্ৰী গোটে কেৱল পাঁচ আৰু ১৮ শতাংশ জিএছটি বাহাল ৰখাৰ পোষকতা কৰে।

সম্প্রতি জিএছটি পৰিষদে মন্ত্ৰী গোটৰ এই প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। আনহাতে, বিগত স্বাধীনতা দিৱসৰ লালকিল্লাৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আগন্তুক দীপাৱলীৰ পৰা জিএছটি হ্রাস পাব বুলি ঘোষণা কৰে। ইয়াক পৰোক্ষ কৰৰ বোজাত কোঙা দেশবাসীৰ প্ৰতি বৃহৎ উপহাৰ হ’ব বুলি মোদীয়ে কয়।

কালি তেওঁ কয় যে জিএছটি হ্রাসে সাধাৰণ জনতাক সকাহ দিব। ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগীসকলক সকাহ দিয়াৰ উদ্দেশ্যে এনে উদ্যোগৰ পঞ্জীয়নৰ সময় বৰ্তমানৰ ৩০ দিনৰ পৰা মাথোঁ তিনিদিনলৈ হ্ৰাসৰ অনুমোদন জনাইছে জিএছটি পৰিষদে। একেদৰে ৰপ্তানিকাৰীসকলৰ জিএছটি ৰিফাণ্ড স্বয়ংচালিত কৰাত পৰিষদে অনুমোদন জনাইছে। জিএছটিৰ এই সংস্কাৰে বস্ত্ৰ, সাৰ, পুনৰ নবীকৃত শক্তি, গাড়ী-মটৰ আৰু ইয়াৰ স’তে জড়িত খণ্ড, হস্তশিল্প, কৃষি, স্বাস্থ্য আৰু বীমা খণ্ড লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে সুৰা, ধপাতকে ধৰি স্বাস্থ্যৰ ক্ষতিকাৰক বিভিন্ন সামগ্ৰী আৰু বিলাসী যানবাহনৰ ওপৰত স্বাস্থ্য আৰু সেউজ শক্তি উপ-কৰ আৰোপ হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে সামগ্ৰীসমূহৰ মূল্যৰ সালসলনিৰ সম্ভাৱনা ক্ষীণ হোৱাই নহয়, বৃদ্ধি পাবও পাৰে।

তৎসত্ত্বেও চৰকাৰৰ বিশ্বাস হ’ল যে জিএছটিৰ এই সংস্কাৰে মধ্যবিত্ত শ্রেণীক বৃহৎ সকাহ দিব। কাৰণ বৰ্তমানে ২৮ শতাংশ জিএছটি বলবৎ হৈ থকা সামগ্রীসমূহক ১২ শতাংশ হাৰৰ জিএছটিলৈ অনাৰ সম্ভাৱনা আছে। ফলত এনে সামগ্ৰীসমূহৰ মূল্য হ্রাস পাব। একেদৰে বিলাসী আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সামগ্ৰীসমূহক বাদ দি আন বহু সামগ্ৰীৰ জিএছটি পাঁচ শতাংশ হোৱাৰ সম্ভাৱনা আছে।

লক্ষ্যণীয় যে শেহতীয়াভাৱে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ‘শুল্ক সন্ত্রাস’ আৰম্ভ কৰাত ভাৰতীয় ৰপ্তানিকাৰীসকল বিপাঙত পৰিছে। বিভিন্ন সামগ্ৰীৰ জিএছটিৰ পৰিমাণ হ্রাসে এইসকলক লাভান্বিত কৰাৰ সম্ভাৱনা আছে।

ৰাজহ ক্ষতি: অ-বিজেপিশাসিত ৰাজ্যৰ প্ৰতিবাদৰ সম্ভাৱনা

কেন্দ্রীয় বিত্তমন্ত্রীক অধ্যক্ষৰূপে লৈ ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলৰে গঠিত জিএছটি পৰিষদে জিএছটিৰ সংস্কাৰ ঘটাবলৈ লোৱা এই পদক্ষেপে বিভিন্ন ৰাজ্যৰ ৰাজহত ব্যাপক ক্ষতি কৰাৰ আশংকা আছে। এই ৰাজহ ক্ষতি প্ৰচুৰ হোৱাৰ আশংকাও আছে।

বিশেষকৈ অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব লগা পশ্চিমবংগ আৰু তামিলনাড়ুকে ধৰি আঠখন ৰাজ্যই কমেও ৫০ হেজাৰ কোটি টকাৰ লোকচান ভৰাৰ সম্ভাৱনা আছে। এই বৃহৎ পৰিমাণৰ ধন এই আঠ ৰাজ্যই জিএছটিৰ ক্ষতিপূৰণৰূপে কেন্দ্ৰৰ পৰা লাভ কৰি আছে।গতিকে অ-বিজেপিশাসিত ৰাজ্যইজিএছটিৰ হাৰ কৰ্তনৰ বিৰোধিতা কৰাৰ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GSTNirmala Sitharaman
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d