Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

মানসিক ৰোগাক্রান্ত বিশ্বৰ এশ কোটি লোক

publisher by publisher
September 7, 2025
in News, International
Reading Time: 1 min read
0
‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
0
SHARES
4
VIEWS
ShareShareShareShare

WHO:✒️যি বয়সৰে নহওক এজন ব্যক্তি শাৰীৰিকভাবে অসুস্থ হ’লে তেওঁৰ অবস্থা সকলোৱে বুজি পায়। ইয়াৰ বিপৰীতে মানসিক ৰোগত আক্রান্তজনৰ অৱস্থা বুজি পোৱাটো সহজ নহয়। ফলত একপ্ৰকাৰ সকলোৰে অলক্ষিতে মানসিক ৰোগত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাবলৈ ধৰিছে।

ADVERTISEMENT

আনকি বিশ্বত সম্প্রতি মানসিক ৰোগীৰ সংখ্যা এশ কোটিৰ অধিকলৈ বৃদ্ধি পাইছে। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ। সংস্থাটোরে শেহতীয়াভাবে মানসিক ৰোগ সংক্রান্তীয় দুখন প্রতিবেদন প্রকাশ কৰিছে। সংস্থাটোৰ মতে সম্প্রতি বিশ্বৰ এশ কোটিতকৈ অধিক লোক বিভিন্ন মানসিক সমস্যাত ভুগি আছে।

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

অত্যধিক নিমখ খাই নিঃশব্দে মহামাৰী মাতিছে ভাৰতীয় লোকে

‘হু’ৰ শেহতীয়া ‘ব’র্ল্ড মেন্টেল হেল্থ টুডে’ (আজিৰ বিশ্ব মানসিক স্বাস্থ্য) আৰু ‘মেন্টেল হেল্থ এটলাছ-২০২৪’ (মানসিক স্বাস্থ্য ভূচিত্রাবলী) শীর্ষক প্রতিবেদন দুখনত প্রকাশ পাইছে যে বিগত কৰ’না মহামাৰীৰ ফলত অগণন লোকে চাকৰি বা সংস্থাপন হেৰুৱায়। তদুপৰি একাংশৰ জীৱিকালৈ আমূল পৰিৱৰ্তনো আহে। ফলত বহুতৰ জীৱনযাত্রা সলনি হৈছে।

আন একাংশই মহামাৰীত নিকটাত্মীয়ক হেৰুওৱাত জীৱনত অসুৰক্ষিত অনুভৱ কৰিবলৈ লৈছে। ফলত মানসিক চাপ, অৱসাদজনিত সমস্যা বৃদ্ধি পাইছে। ইয়ে কার্যতঃ মহামাৰীৰ ৰূপ লৈছে। অৱশ্যে কৰ’না মহামাৰীৰ আগৰ পৰিসংখ্যাও উদ্বেগজনক। ‘হু’ৰ প্ৰতিবেদন অনুসৰি মানসিক স্বাস্থ্য সংক্রান্তীয় সমস্যাত অধিক ভোগে ঘাইকৈ ২০-২৯ বছৰ বয়সীয়া লোকসকলে। ২০১১ৰ পৰা এই প্ৰৱণতা দেখা গৈছে।

বিশেষজ্ঞসকলৰ মতে মানসিক ৰোগসমূহৰ ভিতৰত উদ্বেগ (এংজাইটি) আৰু অৱসাদ (ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ)ত অধিক লোক আক্রান্ত হয়। এই সম্পৰ্কত এগৰাকী মনস্তত্ববিদে কয় যে কোনো মানসিক ৰোগ প্ৰাথমিক উপসৰ্গৰূপে উদ্বেগ, অৱসাদ আৰু ভয়ৰ ভাব মনত সৃষ্টি হ’ব পাৰে। এইসমূহ আন কোনো মানসিক ৰোগৰ লক্ষণো হ’ব পাৰে।

যদি এনেবোৰ লক্ষণ লুকুৱাই ৰখা হয় তেন্তে অৱসাদ আৰু উদ্বেগে এজন ব্যক্তিক পিষ্ট কৰাৰ আশংকা থাকে। মনস্তত্ত্ববিদগৰাকীয়ে কয়, ‘উদ্বেগ আৰু অৱসাদৰ মাজত কিছু নির্দিষ্ট পার্থক্য আছে। অৱসাদে মানুহক বহু বেছি নিষ্ক্রিয় কৰি তোলে। তেতিয়াও কোনো চিকিৎসা গ্ৰহণৰ ব্যৱস্থা নকৰিলে পাছত চিকিৎসাই ফল নিদিয়ে। ৰোগীৰ অৱস্থা অধিক বেয়া হ’ব পাৰে। ৰোগীৰ মনত ভাব হয় যে কোনো কাম কৰি লাভ নাই। এই ভাব ৰোগীৰ মনত গভীৰ হ’বলৈ ধৰে।’

এই সম্পৰ্কত তেওঁ আৰু কয়, ‘মানুহ ভালে থকা নাই। পৰিসংখ্যাগতভাৱে সেই কথা এতিয়া প্রকাশ পাইছে। আমি যিহেতু মানসিক স্বাস্থ্যক লৈ কাম কৰো, ইয়াৰ প্রতিনিয়ত আন্দাজ পাওঁ। মন বেয়া হৈ থকাৰ বিভিন্ন কাৰণ থাকিব পাৰে। তথাপি ব্যক্তিগতভাৱে মই মন কৰিছো যে পাৰস্পৰিক হিংস্রতা আৰু অসহিষ্ণুতাই আমাৰ মানসিক ক্ষতক অধিক গভীৰ কৰিছে। আমি কোনো ভালে থকা নাই। ভালে নথকা মানুহো ইজনৰ ওচৰত সিজন নাই। ই আমাৰ ওচৰত এটা গভীৰ সংকটৰ সৃষ্টি কৰিছে।’

সামাজিক মাধ্যমেও মানসিক স্বাস্থ্য সম্পর্কীয় বহু কথাই কয় বুলিও মনস্তত্ত্ববিদগৰাকীয়ে মন্তব্য কৰিছে। তেওঁ কয়, ‘বিদ্বেষ বা হিংস্রতা কেৱল যুদ্ধ বা সীমান্ত নিৰ্ভৰ নহয়। সামাজিক মাধ্যমতো এনে কিছু আচৰণ দেখা পোৱা যায়। তাৰ পৰাও বুজা যায় যে মানুহ কিমান আক্রমণাত্মক হৈ উঠিছে। মানুহে য’ত বিপন্নবোধ কৰে, নিৰাপত্তাহীনতাত আক্রান্ত হয়, তাতে বেছি আক্রমণাত্মক হৈ উঠে। আমি নিজে সুৰক্ষা বলয় তৈয়াৰ কৰি থাকোতে আৰু অধিক সম্বলহীন হৈ পৰিছো। এই আচৰণে আমাৰ কষ্ট নিবাৰণ নকৰে। বৰঞ্চ বৃদ্ধিহে কৰে।’

উল্লেখ্য যে ‘হু’ৰ শেহতীয়া এই প্রতিবেদন দুখনত ভাৰতৰ কথা উল্লেখ নাথাকিলেও দেশৰ অৱস্থাও শোচনীয় বুলি একাংশই মতপোষণ কৰে। এই সম্পৰ্কত একাংশ মনোৰোগ বিশেষজ্ঞই স্বাস্থ্য আলোচনী ‘লাঞ্চেট’ৰ এক প্রতিবেদনৰ তথ্য আঙুলিয়াই দি কয় যে ভাৰতত কমেও ২০ কোটি লোক মানসিক সমস্যাত ভুগি আছে। ২০২০লৈকে ১৭ৰ পৰা ২৪ বছৰৰ বয়সৰ ভাৰতীয়সকলৰ প্ৰতি সাতজনৰ এজনক বিষণ্ণতা, উদ্বেগ আৰু উৎসাহহীনতাই গ্রাস কৰে।

এই সম্পৰ্কত মনোৰোগ বিশেষজ্ঞ ৰঞ্জন ভট্টাচাৰ্যই কয় যে ২০১৫-১৬ত কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে ৰাষ্ট্ৰীয় মানসিক কৰ্মসূচী মুকলি কৰে। তেতিয়া দেখা যায় যে দেশৰ কমেও ১৫ শতাংশ লোক এংজাইটি বা অ’চিডি (অবচেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ)ত আক্রান্ত।

তদুপৰি আন একাংশ গুৰুতৰ মানসিক ৰোগত আক্ৰান্ত হোৱাৰ তথ্যও পোহৰলৈ আহে। মনোৰোগ বিশেষজ্ঞজনৰ মতে, দেশৰ জনসংখ্যা ১৪৩ কোটি বুলি ধৰিলেও এক কোটিৰো অধিক লোক স্কিজ’ফেনিয়া আৰু বাইপ’লাৰ ডিছঅৰ্ডাৰৰ লেখীয়া মানসিক ৰোগত আক্রান্ত বুলি আখ্যা দিব পাৰি।

তেওঁ লগতে কয় যে চৰকাৰী-বেচৰকাৰী যৌথ প্ৰচেষ্টাৰ জৰিয়তেহে মানসিক ৰোগ সম্পৰ্কীয় সমস্যা দূৰ কৰিব পৰা হ’ব। চিকিৎসাৰ জৰিয়তে মানসিক ৰোগত আক্রান্ত ব্যক্তি সুস্থ যে হয়, সেই সম্পর্কে সজাগতা সৃষ্টিৰ প্ৰয়োজন বুলিও বিশেষজ্ঞজনে মতপোষণ কৰে।

এই ক্ষেত্ৰত প্ৰথম কৰণীয়টো হ’ল মানুহৰ মনত আশাৰ সঞ্চাৰ ঘটোৱা। অৰ্থাৎ মানসিক ৰোগী চিকিৎসাৰ বলত সুস্থ হয় বুলি সকলোৰে মনত বিশ্বাস জন্মাব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: mental health conditionsWHOWorld Health Organization
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d