Guwahati Rupnagar lanslide:
✒️এক হৃদয়বিদাৰক ঘটনাত মৰ্মাহত মহানগৰী!
ADVERTISEMENT
✒️ৰূপনগৰত ভয়ংকৰ ভূমিস্খলনত সন্ধানহীন মহিলাৰ নিথৰ দেহ উদ্ধাৰ
✒️৯ ঘন্টাজোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত সোমবাৰে নিশা উদ্ধাৰ ৰীণা ডেকাৰ মৃতদেহ
✒️১০ মিটাৰ মাটিৰ তলত পোত গৈছিল মহিলাগৰাকী
✒️পুৱা গা ধুই থাকোতেই প্ৰকাণ্ড শিল খহি হেচাঁ মাৰি ধৰিছিল মহিলাগৰাকীক
✒️NDRF/SDRFৰ দিনজোৰা অভিযানৰ অন্তত উদ্ধাৰ হ’ল মহিলাগৰাকীৰ মৃতদেহ
✒️জানিব পৰা মতে এবছৰ পূৰ্বে ৰূপনগৰত ঘৰ ক্ৰয় কৰিছিল পৰিয়ালটোৱে
✒️সোমবাৰৰ এই ঘটনাক লৈ অঞ্চলজুৰি শোকাকুল পৰিবেশ






























