Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আয়ৰ বিপৰীতে ৪১৬ শতাংশ অধিক সম্পদ আহৰণ নূপুৰ বৰাৰ

publisher by publisher
September 17, 2025
in News, Assam
Reading Time: 1 min read
0
নগদ কোটি টকা-বৃহৎ পৰিমাণৰ অলংকাৰসহ ধৃত চক্ৰ বিষয়া নূপুৰ
0
SHARES
1
VIEWS
ShareShareShareShare

ACS officer:✒️দুর্নীতিৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ হোৱা কামৰূপৰ গৰৈমাৰী ৰাজহ চক্র বিষয়া নূপুৰ বৰাই চাকৰিত যোগদানৰ পৰা এই পর্যন্ত দৰমহা হিচাপত লাভ কৰা মুঠ ধনৰ পৰিমাণ ৪৫ লাখ টকা। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই নির্ধাৰণ কৰা প্ৰাথমিক হিচাপ অনুসৰি বৰাই আহৰণ কৰা সম্পদৰ পৰিমাণ তাৰ ৪১৬ শতাংশ।

ADVERTISEMENT

অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভৰ ছবছৰৰ ভিতৰত এই বৃহৎ পৰিমাণৰ সম্পদ যি যাদু দণ্ডৰ সহায়ত আহৰণ কৰিবলৈ সক্ষম হৈছিল, তাৰেই পৰিণতিত আজি আৰক্ষীৰ আলহী হ’বলগীয়া হৈছে। চক্র বিষয়া হিচাপে বৰপেটাত কেলেংকাৰিৰ মুকলি বজাৰ বহুওৱা নুপুৰ বৰাই বদলি হৈ গৰৈমাৰীত একে পদত কার্যনির্বাহ কৰিছিল। গৰৈমাৰীতো সেই একেই দুর্নীতিৰ বজাৰ মেলিছিল।

RelatedPosts

APCC PROTEST:জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ

CM Vigilance raid:এচিএছ বিষয়া নুপূৰ বৰাৰ বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান,ফ্লেটৰ পৰা জব্দ কেইবা লাখ টকা

কাৰ্বি আংলঙৰ সহকাৰী আযুক্তৰূপে কর্মজীৱন আৰম্ভ কৰি বৰপেটাত ৰাজহ চক্র বিষয়াৰূপে কৰ্মৰত হৈ থকাৰ সময়তে একমাত্র ব্যক্তিগত লাভালাভৰ বাবে সত্ৰৰ ভূমিও চৰকাৰী নির্দেশনা উলংঘা কৰি আনক বিক্ৰী কৰিছিল। অভিযোগ অনুসৰি, ভূমি নামজাৰিৰ নামত সৰ্বাধিক কেলেংকাৰি সংঘটিত কৰি অভাবনীয়ভাবে কোটি কোটি টকা আদায় কৰা নূপুৰ বৰাই ইয়াৰ বাবে এজেন্ট নিয়োগ কৰিছিল। দুর্নীতিৰ সেই ধনেবে আহৰণ কৰা বহু মূল্যবান সম্পদ কালি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই নূপুৰ বৰাৰ গুৱাহাটীৰ গোটানগৰস্থিত বিলাসী ফ্লেটৰ পৰা জব্দ কৰে।

অৱশ্যে সেয়াও এটা অংশহে বুলি শাখাটোৰ সূত্রই সদৰী কৰে। ঘৰৰ পৰাই কমেও ডেৰ কোটি টকাৰ অলংকাৰ উদ্ধাৰ তদন্তকাৰী শাখাটোৰ অভিযানকাৰী দলে নূপুৰ বৰাৰ ফ্লেটৰ পৰা ১৫টা হীৰাৰ আঙঠি জব্দ কৰে। তেওঁৰ বিলাসী জীৱনৰ প্ৰতীক এই আঙঠিবোৰৰ লগতে হীৰাৰ দুডাল নেকলেচো জব্দ কৰা হয়। হীৰাৰ তিনিপাত ব্রেচলেটো জব্দ হয়। তদুপৰি ১৪ ডাল সোণৰ চেইন অভিযানকাৰী দলে জব্দ কবে। মুখ্যমন্ত্রীৰ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই সদৰী কৰে যে এই আ-অলংকাৰখিনিৰ মূল্য কমেও ডেৰ কোটি টকা হ’ব।

তেওঁ লগতে কয় যে এয়া এক প্রাথমিক তথ্যহে। ইয়াৰ পাছত আৰু বহু তদন্ত কৰিবলৈ বাকী আছে। পর্যায়ক্রমে বিভিন্ন বেংকত থকা নূপুৰ বৰাৰ লকাৰো খোলা হ’ব।

আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি, এই পর্যন্ত নূপুৰ বৰাৰ যি অন্যান্য সম্পত্তিৰ তথ্য উদ্ধাৰ হৈছে, তাৰ ভিতৰত স্থাৱৰ সম্পত্তিৰ পৰিমাণ যথেষ্ট বেছি। গুৱাহাটীৰ ছয়মাইলৰ দ্বাৰান্ধা আৰু জালুকবাৰীত নূপুৰ বৰাৰ আছে ভূ-সম্পত্তি। আৰু আছে গুৱাহাটীত তিনিটা ফ্রেট। জালুকবাৰী আৰু গোটানগৰতে এই ফ্লেটকেইটা আছে। বৰপেটা আৰু গোলাঘাটৰ বেংকত দুটা লকাৰ আছে। সেই দুটা শীঘ্রে খোলা হ’ব। এই পর্যন্ত নটা বেংক একাউণ্টৰ তথ্য উদ্ধাৰ হৈছে।

সোমবাৰে গোটানগৰৰ শ্বাইন শান্তি গ্রেন’ নামৰ যিটো এপার্টমেন্টৰ ফ্লেটৰ পৰা নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হয়, তাত দ’মে দ’মে উদ্ধাৰ হয় অত্যন্ত দামী সাজ-পোছাক। ঘৰটোৰ আচবাববোৰো অত্যন্ত মূল্যবান।

যৌথ সম্পত্তি চক্র বিষয়া-লাটমণ্ডলৰ!

ধনৰ অস্বাভাৱিক লেনদেনৰ তথ্যও নূপুৰ বৰাৰ বিৰুদ্ধে চলোৱা অভিযানত উদ্ধাৰ হৈছে। আৰক্ষী অধীক্ষক কলিতাই সদৰী কৰা অনুসৰি, অনলাইনৰ জৰিয়তেও ধনৰ বৃহৎ লেনদেন কৰাৰ তথ্য উদ্ধাৰ হৈছে। গুগল পে’ৰ জৰিয়তে ৯.৫ লাখ টকা সংগ্ৰহ কৰাৰো তথ্য উদ্ধাৰ হৈছে। ২০২৪ৰ এদিনতে আইচিচিআই বেংকত থকা বিষয়াগৰাকীৰ একাউণ্টত ন লাখ টকা জমা হোৱাৰ তথ্যও অনুসন্ধানত পোহৰলৈ আহিছে।

এয়া মাত্র সম্পদ আহৰণ তথা দুর্নীতিৰ কিয়দংশ তথ্যহে। যোৱা নিশা গ্ৰেপ্তাৰ হোৱাৰ পাছত আজি বিষয়াগৰাকীক বৰপেটাৰ পৰা গ্ৰেপ্তাৰ হোৱা লাটমণ্ডল সুৰজিৎ ডেকাৰ স’তে বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়। তদন্তকাৰী সংস্থাটোৱে বিচৰা অনুসৰি আদালতে দুয়োকে তিনিদিনৰ জিম্মালৈ প্রেৰণ কৰে।

উল্লেখ্য যে নূপুৰ বৰা আৰু লাটমণ্ডল সুৰজিৎ ডেকাৰ মাজত বিশেষ সম্পর্ক আছে। সেই সম্পৰ্কৰ বাবেই দুয়োৰে নামত যৌথ সম্পত্তি থকাৰ তথ্যও উদ্ধাৰ হৈছে। নূপুৰ বৰাৰ সমান্তৰালকৈ সুৰজিৎ ডেকাৰো সম্পত্তিৰ তথ্য উদ্ধাৰ অভিযান অব্যাহত আছে। নূপুৰ বৰাই কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বৰপেটাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত উঠি বজা-বহি ৰজা হৈ পৰা সুৰজিৎ ডেকাও অতি কম দিনৰ ভিতৰত বৃহৎ পৰিমাণৰ সম্পত্তিৰ গৰাকী হয়। ডেকাই কে’বামহলীয়া এটা গৃহ নিৰ্মাণ কৰি থকাৰ তথ্যও উদ্ধাৰ হৈছে।

আপোচহীন দুর্নীতি: চৰকাৰৰ সিদ্ধান্তও গৌণ

অন্ততঃ দুর্নীতি সংঘটিত কৰাত নূপুৰ বৰাই ন্যূনতমো আপোচ কৰা নাছিল। সেইবাবে চৰকাৰৰ সিদ্ধান্তও তেওঁৰ ওচৰত গৌণ হৈছিল। বৰপেটাৰ এখন সত্ৰৰ তিনি বিঘা তিনি কঠা ১৮ লেচা ভূমি বৃহৎ ধনৰ বিনিময়ত নূপুৰ বৰাই বিশেষ ব্যক্তিক হস্তান্তৰ কৰিছিল। এই বিষয়টোৰ প্ৰসংগত আৰক্ষী অধীক্ষক ৰ’জী কলিতাই কয়, ‘সত্ৰৰ পাঁচ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত ভূমি বেলেগ সম্প্রদায়ক বিক্ৰী কৰিব নোৱাৰাৰ নিষেধাজ্ঞা আছে।অসম চৰকাৰৰ সেই সিদ্ধান্তকো আওকাণ কৰি উক্ত ভূমি বেলেগ সম্প্ৰদায়ৰ লোকক তেওঁ হস্তান্তৰ কৰিছিল।’

সৰ্বাধিক পৰিমাণৰ ধন জব্দ

আৰক্ষী অধীক্ষক কলিতাই কয় যে নূপুৰ বৰাৰ ঘৰৰ পৰা কালি যি পৰিমাণৰ নগদ ধন জব্দ কৰা হয়, সেয়া মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই এতিয়ালৈকে জব্দ কৰা সৰ্বাধিক পৰিমাণৰ ধন। ইয়াৰ পূৰ্বে একেলগে ইমান নগদ ধন জব্দ হোৱা নাছিল। উল্লেখ্য যে নূপুৰ বৰাৰ বিৰুদ্ধে তদাৰকী শাখাটোৰ আৰক্ষী ২৫/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰটোৰ ভিত্তিতে কালি একাধিক স্থানত তালাচী চলোৱা হয়।

এই অভিযানত মুঠ ৯২ লাখ ৫০ হেজাৰ চাৰিশ টকা জব্দ কৰা হয়। গোটানগৰৰ ফ্লেট আৰু বৰপেটা চহৰত থকা ভাড়াঘৰৰ পৰা এই ধন জব্দ হয়।

প্রসংগক্রমে উল্লেখ্য যে গোটানগৰৰ ফ্লেটত উদ্ধাৰ হোৱা ধনৰ অধিকাংশই এটা টুলী বেগত লুকুৱাই থোৱা হৈছিল। তদাৰকী শাখাৰ অভিযানকাৰী দলে অভিযান চলাই থকাৰ সময়ত এটা ট্রলী বেগৰ ওপৰত চকু পৰিছিল। তলা মাৰি থোৱা টুলী বেগটো নূপুৰ বৰাক খুলিবলৈ কোৱা হৈছিল; কিন্তু তলাৰ চাবিপাত নূপুৰে নিজৰ লগত নাই বুলি কৈছিল। টুলী বেগটো স্বামীৰ বুলি কৈ চাবিও তেওঁৰ লগতে থকা বুলি কৈছিল।

তেতিয়া অভিযানকাৰী দলে তলাটো ভাঙিবলৈ চেষ্টা কৰে। তেতিয়া চেইনৰ হুক এটা খুলি যায় আৰু টুলীটো সম্পূর্ণ মুকলি হৈ পৰে। ট্ৰলীটোৰ ভিতৰত কাপোৰ বা আন সামগ্রী নাছিল। তাত আছিল কেবল পাঁচশ আৰু এশটকীয়া নোটৰ বাণ্ডিল। কে’বাটাও বাণ্ডিলৰ ৰবৰ ছিঙা অৱস্থাত আছিল। টুলীটোৰ পৰাই ৫৫ লাখ টকা উদ্ধাৰ কৰা হয়।

কঠোৰ শাস্তি হ’ব: মুখ্যমন্ত্রী

নূপুৰ বৰাৰ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে কেবল নিলম্বন অথবা বৰ্খাস্ত নহয়, আইনৰ জৰিয়তে কঠোৰ শাস্তি দিয়া হ’ব। নূপুৰ বৰাৰ লগতে সহযোগী দুই-তিনিজন লাটমণ্ডলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ জনায়। মুখ্যমন্ত্রীয়ে কয়, ‘বৰপেটাত থকাৰ সময়ত সত্ৰৰ ভূমিও অবৈধভাৱে বিক্রী কৰিছিল। তেতিয়াৰে পৰাই আমাৰ এইগৰাকী বিষয়াৰ ওপৰত আমাৰ চকু আছিল। পৰহি নিশা নামচাইৰ এখন বিজ’ৰ্টত আছিল। তাৰ পৰাই আমি ট্রেক কৰি কালি ঘৰত গ্ৰেপ্তাৰ কৰা হয়।’

ৰাজ্যৰ প্ৰশাসনত পিয়াপি দি ফুৰিছে বহু দুর্নীতিগ্রস্ত বিষয়াই

অকল্পনীয় দুর্নীতিত লিপ্তৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গৰৈমাৰীৰ ৰাজহ চক্র বিষয়া নূপুৰ বৰাক। এনে নূপুৰ বৰা ৰাজ্যৰ প্ৰশাসন ব্যবস্থাত একক তথা একমাত্র নহয়। এনে বহু নূপুৰ বৰা চৌদিশে বিস্তাৰিত হৈ আছে। গতিকে ৰাজহ চক্র বিষয়া নূপুৰ বৰাৰ পাছত আৰু অধিক তেনে দুর্নীতিগ্রস্ত বিষয়া জালত পৰিব নেকি? আজি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই কয় যে যোৱা প্রায় ছমাহ ধৰি একাংশ চক্র বিষয়াৰ ওপৰত বিশেষ দৃষ্টি ৰখা হৈছে।

সেইসকলৰ বিৰুদ্ধে বিভিন্ন পর্যায়ত তদন্ত অব্যাহত আছে। নূপুৰ বৰা তাৰে অন্যতম আছিল। ধৃত ৰাজহ চক্র বিষয়াগৰাকীৰ কাম-কাজৰ ওপৰত বিগত ছমাহে অনুসন্ধান অব্যাহত থকা বুলি মুখ্যমন্ত্রী ড° শর্মায়ো সদৰী কৰে।

তদন্তকাৰী সংস্থাটোৰ সূত্ৰত প্রকাশ যে কেবল ৰাজহ চক্র বিষয়াই নহয়, অসম অসামৰিক সেৱা আৰু আৰক্ষী সেৱাৰ একাংশ বিষয়াৰ ওপৰত কাম-কাজৰ ওপৰত দৃষ্টি ৰখা হৈছে। লক্ষ্যণীয়ভাবে ইয়াবে অধিকাংশই হ’ল ৰাজ্য চৰকাৰে দাবী কৰা ‘স্বচ্ছ-নিকা ব্যৱস্থা’ৰে অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ জৰিয়তে যোৱা কেইবছৰমানৰ ভিতৰত নিযুক্তিপ্রাপ্ত।

প্রসংগক্রমে উল্লেখ্য যে এই ব্যৱস্থাৰেই ২০১৯৩ অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে বাছনিভুক্ত হৈ নিযুক্তি লাভ কৰিছিল ধৃত নূপুৰ বৰাই। নিযুক্তি লাভৰ পাছৰে পৰা দুর্নীতিৰ দোকান খুলি লৈছিল ধৃত বিষয়াগৰাকীয়ে। অনুৰূপ দোকান খুলি প্রশাসন ব্যৱস্থাত জড়িত হৈ আছে আৰু বহু বিষয়া। একে সময়তে এই বুলিও চর্চা হৈছে যে বহু সময়ত এনে একাংশ বিষয়াক স্বয়ং চৰকাৰৰ প্ৰভাৱশালী মহলেই ৰক্ষণাবেক্ষণ দি আহিছে। অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম কেলেংকাৰিয়েই ইয়াৰ প্ৰমাণ বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: acs officer nupur bora arrestCorruption
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d