Road Accident:
মহানগৰীৰ সুন্দৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত হয় ৩ যুৱক ৷চানমাৰিৰ দিশৰ পৰা অহা বুলেটখনত বিপৰীত দিশৰ পৰা অহা হোণ্ডা ছাইনখনে ইউ টার্ন লওঁতেই খুন্দা মাৰে বুলেটখনক ৷ ফলত বুলেট চলাই অহা যুৱতী আৰু হোণ্ডা ছাইনখনত থকা দুই আৰোহী চিটিকি পৰে ৷ আহত যুৱতী সহ দুই যুৱকক ঘটনাস্থলীত উপস্থিত হোৱা ট্ৰেফিক আৰক্ষীয়ে ততাতৈয়াকৈ প্ৰেৰণ কৰে জিএমচিএইচলৈ ৷
ADVERTISEMENT






























