Borjhar Airport:বৰঝাৰ বিমানবন্দৰত অথন্তৰ !

কৰ্তৃপক্ষই দুব্যৱহাৰ কৰাৰ বাবেই পাইলট নামি আহে ইণ্ডি'গ বিমানৰ পৰা, যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতি

indigo

Borjhar Airport:

শুকুৰবাৰে দুপৰীয়া বৰঝাৰ বিমানবন্দৰত অথন্তৰ ৷ উৰিবৰ বাবে সাজু হোৱা বিমানৰ পৰা হঠাতে নামি আহে পাইলট। উদ্থাপিত অভিযোগ মতে 6E 2039 নম্বৰৰ ইণ্ডি’গ বিমানৰ পাইলটজনক ইণ্ডি’গ কর্তৃপক্ষই দুর্ব্যৱহাৰ কৰিছিল ৷ পাইলটৰ এনে পদক্ষেপৰ পিছতে ফ্লাইট খনৰ যাত্ৰীৰ মাজত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় ৷ দুপৰীয়া ১ টা বজাত দিল্লীলৈ যাবলগীয়া আছিল ইণ্ডি’গ বিমানৰ খন ৷
বিমান খনৰ যাত্ৰীসকল আবদ্ধ হৈ পৰাত ইণ্ডিগ’ বিমান কর্তৃপক্ষই কোনো খাদ্যৰ যোগান নধৰাৰ অভিযোগ কৰিছে যাত্ৰীসকলে I

Exit mobile version