Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বগীবিল দলঙৰ ওচৰত বালিচৰ গঠনক সংকটৰ মূল কাৰণৰূপে চিহ্নিত

publisher by publisher
October 9, 2025
in News, Assam
Reading Time: 1 min read
0
বগীবিল দলঙৰ ওচৰত বালিচৰ গঠনক সংকটৰ মূল কাৰণৰূপে চিহ্নিত
1
SHARES
9
VIEWS
ShareShareShareShare

Brahmaputra River:✒️ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া ৰোধৰ বাবে পাৰ্যমানে চেষ্টা কৰাৰ প্ৰতিশ্রুতি দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ডিব্ৰুগড়ক সদায় সুৰক্ষিত কৰি ৰখাৰ আশ্বাস দি মুখ্যমন্ত্রীয়ে কালি কয়, ‘ডিব্ৰুগড়ত হোৱা খহনীয়াৰ বিষয়ে মোক কালিয়ে অৱগত কৰে। তেতিয়া মই ডিব্ৰুগড়ত নাছিলো। মই খবৰ পোৱা মাত্রকে মন্ত্রী পীযূষ হাজৰিকাক ইয়ালৈ মতাই আনিছো। আজি তেওঁ আৰু মন্ত্রী প্ৰশান্ত ফুকনে খহনীয়াগ্রস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। তেওঁক সুধিলে মই জানিব পাৰিম কি কি ব্যৱস্থা গ্রহণ কৰিছে। আমি যিমান পাৰো খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা কৰিম।’

ADVERTISEMENT

উল্লেখ্য যে মঙলবাৰে আবেলি ব্ৰহ্মপুত্ৰৰ এক বিধ্বংসী খহনীয়াত ডিব্ৰুগড় মহানগৰৰ এখন খেলপথাৰ, এটা যোগ কেন্দ্ৰ আদি মুহূৰ্তৰ ভিতৰতে জাহ যায়। এই খহনীয়াৰ তাণ্ডৱত ত্রস্ত হৈ স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে। আজি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই খহনীয়াৰ বুজ লয়।

RelatedPosts

Dhubri:ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অঘটন !

KHARGHULI:মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন

River Terminal in Guwahati: ৭ নৱেম্বৰত মুকলি হব মহানগৰীৰ ব্ৰহ্মপুত্র জাহাজ বন্দৰ

পৰিস্থিতি বুজ লোৱাৰ সময়ত তেওঁ সাংবাদিকক কয় যে বগীবিল দলঙৰ ওচৰত গঠন হোৱা বৃহৎ বালিচৰসমূহ হৈছে এই ভয়াৱহ খহনীয়াৰ মূল কাৰণ। খহনীয়াৰ সমস্যা সমাধানৰ বাবে বালিচৰসমূহ খন্দাব লাগিব বুলি মন্ত্রীজনে মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘শীঘ্রে বালিচৰ খনন কাৰ্য সম্পাদন কৰা হ’ব। সেই খননৰ জৰিয়তে জমা হোৱা পলসুৱা মাটি দূৰ কৰা হ’ব। তেতিয়া নদীৰ মূল প্ৰৱাহ পুনৰ নিৰ্দেশিত হ’ব আৰু খহনীয়া হৈ থকা পাৰত চাপ কমিব।’

এই সম্পর্কত তেওঁ আৰু কয় যে ব্ৰহ্মপুত্ৰৰ মূল প্ৰৱাহ ডিব্ৰুগড় মহানগৰৰ পৰা বগীবিল দলঙৰ ওচৰৰ ঐথানলৈকে দক্ষিণ পাৰৰ ফালে স্থানান্তৰিত হৈছে। ফলত উত্তৰ পাৰত একাধিক স্থানত যথেষ্ট পৰিমাণৰ বালিচৰ গঠন হৈছে। মন্ত্রীজনে লগতে কয় যে দক্ষিণ পাৰৰ ওচৰৰে মূল প্ৰৱাহ বৈ যোৱাৰ বাবে বহু স্থানত উত্তৰ পাৰৰ ফালে যথেষ্ট বালিচৰ জমা হৈছে।

ফলস্বৰূপে ডিব্ৰুগড় মহানগৰৰ কে’বাটাও স্থানত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া আৰম্ভ হৈছে। এই সমস্যা সমাধানৰ বাবে প্রয়োজনীয় ব্যৱস্থা বিভাগীয় বিশেষজ্ঞ আৰু সংশ্লিষ্ট বিষয়াসকলৰ স’তে আলোচনা কৰা হ’ব বুলিও মন্ত্রী হাজৰিকাই সদৰী কৰে।

তেওঁ জনোৱা মতে, এই খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ অভিযন্তাসকলে জৰুৰী প্রশমন কৌশলক আধাৰ কৰি কাম কৰি আছে। পৰিস্থিতি বুজ লোৱাৰ সময়ত জলসম্পদ মন্ত্ৰীৰ স’তে স্থানীয় বিধায়ক তথা শক্তিমন্ত্রী প্রশান্ত ফুকনো উপস্থিত আছিল।

উল্লেখ্য যে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, চৰকাৰে সময়ত গুৰুত্ব নিদিয়াৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: brahmaputra river
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d