Rajen Gohain:
আজিৰ পৰা দুদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক চলি থকাৰ মাজতে বিজেপিৰ বাবে বেয়া খবৰ ৷
উল্লেখ্য যে, সদ্য পদত্যাগি ৰাজেন গোঁহাইয়ে অচিৰেই লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে এই সন্দৰ্ভত গগৈৰ স’তে কে’বাবাৰো আলোচনাত বহিছিল ৰাজেন গোঁহাই ৷
