Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

জনজাতিকৰণৰ দাবীত ক্রমশঃ উত্তপ্ত হৈছে পৰিৱেশ

দুই লক্ষ চাহ শ্রমিকে কঁপালে ডিব্ৰুগড়

publisher by publisher
October 14, 2025
in News, Assam
Reading Time: 1 min read
0
জনজাতিকৰণৰ দাবীত ক্রমশঃ উত্তপ্ত হৈছে পৰিৱেশ
1
SHARES
11
VIEWS
ShareShareShareShare

জনজাতিকৰণ, ভূমিৰ অধিকাৰ আৰু ৫৫১ টকাৰ মজুৰিৰ দাৰীৰে তিনিচুকীয়াৰ পাছত কালি চাহ জনগোষ্ঠীৰ প্রতিবাদত স্তব্ধ হৈ পৰিল ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ জনজীৱন। জিলাখনৰ বিভিন্ন প্রান্তত থকা কমেও দুশখন চাহ বাগিচাৰ সম্পূৰ্ণ কাম কাজ স্তব্ধ কৰি চৌদিশৰ পৰা ওলাই অহা হেজাৰ হেজাৰ শ্ৰমিকৰ ‘ন’ এছটি ন’ ৰেষ্ট’, ‘ভূমি অধিকাৰ লাগিবই’, ‘৫৫১ টকা মজুৰি কাৰ্যকৰী কৰক’ ধ্বনিয়ে কঁপনি তোলে দিছপুৰৰ বৰঘৰতো।

ADVERTISEMENT

দুই লক্ষাধিক চাহ জনগোষ্ঠী-আদিবাসী সম্প্ৰদায়ৰ লোকে এই প্রতিবাদত অংশগ্রহণ কৰি পুনৰ দিছপুৰক সকীয়াই দি ক’লে, ‘প্রতিশ্রুতি পালন কৰক; অন্যথা ২০২৬ত ব্রহ্মপুত্রত দলিয়াই দিয়া হ’ব বিজেপিক।’ ডিব্রুগড়ত আজি পুৱাৰে পৰা বিয়লিলৈ বিশাল প্রতিবাদৰে আকাশ-বতাহ কঁপাই তোলে চাহ জনগোষ্ঠী-আদি বাসী সম্প্রদায়ে। অসম চাহ জনজাতি ছাত্র সন্থা (আটছা), অসম চাহ মজদুৰ সংঘ, আদিবাসী ছাত্র সন্থা (আছা), অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬টা জনজাতি পৰিষদৰ যৌথ উদ্যোগত ডিব্রুগড় জিলাৰ বিভিন্ন প্রান্তৰ পৰা অহা লোকসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানবে সমগ্র ডিব্ৰুগড় চহৰৰ চৌদিশ উত্তাল কৰি তোলে। কালিৰ এই প্রতিবাদে ডিব্ৰুগড় স্তব্ধ কৰি পেলায়।

RelatedPosts

Union Minister Sarbananda Sonowal Pressmeet:কেন্দ্রীয় বাজেটে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক নতুন ভাৰতৰ বিকাশৰ অন্যতম কেন্দ্রবিন্দুলৈ ৰূপান্তৰিত কৰিব: সৰ্বানন্দ সোণোৱাল

Amit Shah:দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

Dibrugarh Girl missing:ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ পৰা সন্ধানহীন এগৰাকী যুৱতী

ইফালে, পুৱাৰে পৰা ৰাজপথৰ চাৰিওফালৰ পৰা হোৱা জনসমাগমৰ ফলত ডিব্ৰুগড়ৰ সকলো ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ হৈ পৰে। যাতায়াতৰ অসুবিধা সৃষ্টি হোৱাত আনকি কে’বাখনো শিক্ষানুষ্ঠানে বন্ধ ঘোষণা কৰিবলগীয়া হয়। উল্লেখ্য যে চৌকিডিতীত হোৱা মূল প্রতিবাদ স্থলীলৈ বুলি অহা হেজাৰ হেজাৰ লোক ডিব্রুগড় মানকটা খেলপথাৰত সমবেত হয় আৰু মানকটাৰ পৰা লক্ষাধিক লোকে বিশাল সমদলেবে চৌকিডিঙী চাৰিআলিত সমবেত হয়।

একেদৰে বৰপথাৰ খেলপথাৰৰ পৰা ৫০ সহস্রাধিক আৰু মুৰুলীধৰ জালান বাছ আস্থানৰ পৰা চৌকিডিঙীলৈ ৫০ হেজাৰ লোকে সমদল কৰি আহি মূল প্রতিবাদস্থীলত সমবেত হয়। ইয়াৰ পাছতে চৌকিডিঙী চাৰিআলিত আয়োজিত প্রতিবাদী সভাত আটছাৰ কেন্দ্রীয় সভাপতি বীৰাজ গোৱালা, চাহ মজদুৰ সংঘৰ উপ-সভাপতি নবীন চন্দ্র কেওট, লক্ষেশ্বৰ তাঁতী, বংশীলাল চাহু, আছাব কেন্দ্রীয় সম্পাদক দেবেন উৰাং, উপ-সভাপতি কস্তম কুজুৰ, ডিব্রুগড় জিলাৰ চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সভাপতি মস্তোজ কুর্মী, সম্পাদক খগেন বাজোৱাৰ, ৩৬টা জনজাতি পৰিষদৰ উপ-সভাপতি ৰামলাল ভূমিজ, চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সম্পাদক ৰবি বাৰলা, আটছা ডিব্ৰুগড় জিলাৰ উপদেষ্টা লক্ষীন্দৰ কুৰ্মী, জিলা সভাপতি বিমল বার্গ, সাধাৰণ সম্পাদক চনু উৰাং, চাহ জনগোষ্ঠীয় নেতা বাজেশ বদন নায়কসহ অন্যান্য বহু সংখ্যক নেতাই অংশগ্রহণ কৰি উদাত্ত ভাষণেৰে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

লগতে তেওঁলোকে ২০২৬ৰ বিধানসভা নির্বাচনৰ আগতে বিজেপিয়ে দিয়া প্রতিশ্রুতিসমূহ যদি পূৰণ নকৰে, ইয়াৰ উত্তৰ দিয়া হ’ব বুলি কয়। লগতে নেতাসকলে অভিযোগ কৰে যে কংগ্ৰেছৰ দৰে বিজেপিয়েও চাহ জনগোষ্ঠীয় লোকসকলক কেৱল ভোট বেংকৰূপে ব্যৱহাৰ কৰি আহিছে।

ন্যায্যপ্রাপ্তিত বাধা দিলে অশান্ত হ’ব অসম

ইফালে, এই আন্দোলন ন্যায্যপ্রাপ্তিৰ আন্দোলন বুলি অভিহিত কৰি হেজাৰ হেজাৰ লোকক সম্বোধন কৰি আটছাৰ কেন্দ্রীয় সভাপতি গোৱালাই কয় যে নির্বাচনৰ সময়ত বহু বাজনৈতিক নেতাসকলে প্রতিশ্রুতি দিয়ে; কিন্তু জয়ী হ’লেই প্রতিশ্রুতি পাহৰি যায়। তেওঁ কয়, ‘জনজাতিকৰণৰ আন্দোলন যোৱা দুটা দশক ধৰি চলি আছে। এই আন্দোলন ছটা জনগোষ্ঠীৰ ন্যায্যপ্রাপ্তিৰ আন্দোলন। অসম আৰু ভাৰত চৰকাৰৰ প্ৰতিটো চৰকাৰী এজেন্সীয়ে ছয় জনগোষ্ঠীয়ে জনজাতিৰ মর্যাদা পাব পৰা সকলো যোগ্যতা থকা বুলি ইতিমধ্যে অনুমোদন দিছে। জনজাতি মন্ত্রণালয়ৰ অনুমোদনৰ পাছত ইয়াত বেলেগ কাৰোবাৰ কথাত গুৰুত্ব আছে বুলি মই নাভাবো। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪২ত স্পষ্টভাৱে উল্লেখ আছে যে কোনো এক জনগোষ্ঠীৰ জনসংখ্যা বৃদ্ধি পোৱা মানে জনজাতিৰ মর্যাদা নাপাব। এনেধৰণৰ কোনো ব্যৱস্থা নাই। গতিকে ট্রাইবেল সংঘৰ সম্পাদক প্রধান আদিত্য খাখলাৰীয়ে কোনখন সংবিধান পঢ়ি এনেবোৰ কথা কৈছে মই নাজানো। এটা জনগোষ্ঠীৰ ন্যায্যপ্রাপ্তিৰ দাবী অন্য এটা জনগোষ্ঠীয়ে বাধা দিয়া যদি আৰম্ভকৰে, অসম অশান্ত হ’ব।’

তেওঁ লগতে কয় যে যুগ যুগ ধৰি অসমৰ চাহ বাগিচাসমূহত অক্লান্ত পৰিশ্ৰম কৰি অহা চাহ জনগোষ্ঠী আদিবাসী লোকসকলে ৰাজ্যখনৰ অৰ্থনীতি মজবুত কৰি গঢ়ি তোলাই নহয়, অসমীয়াৰ পৰিচয়, গৌৰৱ আৰু আন্তর্জাতিক খ্যাতিতো গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। তথাপি স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো জনগোষ্ঠীটোক ঠগ-প্রবঞ্চনাৰে শোষণ কৰি আহিছে। তদুপৰি সকলো ধৰণৰ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈ অহা জনগোষ্ঠীক শাসনলৈ অহা সকলো চৰকাৰে উপেক্ষিত কৰি আহিছে। চৰকাৰৰ এই সকলো ঠগ-প্ৰৱঞ্চনা অসমৰ সাধাৰণ চাহ শ্রমিকৰ লগতে চাহ জনগোষ্ঠী আদিবাসীসকলৰ সকলো দল-সংগঠনে বাৰুকৈ উপলব্ধি কৰিব পাৰিছে আৰু সেয়ে আজি সকলো এখন মঞ্চত থিয় হৈ ক্ষোভ আৰু ন্যায়ৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম আগুৱাই নিছে বুলি তেওঁ কয়।

আনহাতে, এই প্রতিবাদক নেতৃত্ব দিয়া আটছাৰ কেন্দ্ৰীয় উপ-সভাপতি লাজাৰ নন্দই কয়, ‘কংগ্রেছে বিভিন্ন প্রলোভন দি আমাৰ জনগোষ্ঠীটোক ব্যৱহাৰ কৰি আহিছিল। সেইবাবেই চাহ জনগোষ্ঠী ৰাইজে বিজেপিক আঁকোৱালি লৈছিল; কিন্তু বিজেপিয়েও কংগ্ৰেছৰ নীতিকে অৱলম্বন কৰি প্ৰতাৰণা কৰিছে। ২০২৬ৰ আগত বিজেপি চৰকাৰে যদি জনজাতিকৰণ নিদিয়ে, তেওঁলোককো ব্রহ্মহ্মপুত্রত দলিয়াই দিয়া হ’ব।’ একেদৰে আটছাৰ ডিব্ৰুগড় জিলাৰ উপদেষ্টা লক্ষীন্দৰ কুৰ্মীয়ে কয় যে দুশ বছৰীয়া বঞ্চনাৰ বিৰুদ্ধে আজি লাখ লাখ চাহ জনগোষ্ঠী ৰাইজ গৰজি উঠিছে। বিজেপিয়ে ২০১৪ত জনজাতিকৰণ, ভূমিপট্টা আৰু মজুৰি বৃদ্ধিৰ প্রতিশ্রুতি দিছিল আৰু তাৰ বাবেই শাসনত বহিছিল।

এতিয়া ২০২৬ত বিজেপিয়ে যদি জনজাতিকৰণ নিদিয়ে, ৰাজহাড় ভাঙি দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰি লগতে কয়, ‘স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো চাহ জনগোষ্ঠীৰ ৰাইজে আজিও ন্যায্য মজুৰি, শিক্ষা, স্বাস্থ্য সেৱা, পানী, বাসগৃহ, ভূমি অধিকাৰ আৰু বহু বছৰ ধৰি প্ৰতিশ্রুতি দিয়া সংৰক্ষিত জনজাতিৰ স্বীকৃতিৰ বাবে সংগ্রাম কৰি আহিছে। এইবোৰ মৌলিক অধিকাৰ হ’ব লাগিছিল যদিও জনগোষ্ঠীটোৰ ৰাইজে আজিও এইবোৰৰ পৰা বঞ্চিত হৈ আহিছে।

এয়া কেৱল প্রতিবাদ নহয়; দৃঢ় সংকল্পৰে অধিকাৰপ্ৰাপ্তিৰ যুঁজ

আনহাতে, প্রতিবাদী লক্ষাধিক লোকক সম্বোধন কৰি আটছাৰ জিলা সভাপতি বিমল বাগে কয়, ‘জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ। এই অধিকাৰৰ পৰা বিজেপি চৰকাৰে আমাক বঞ্চিত কৰিব নোৱাৰিব। আমি আমাৰ অধিকাৰ আঁজুৰি নোলোৱা পর্যন্ত ক্ষান্ত নাথাকো।’

উল্লেখ্য যে আটাছাৰ জিলা নেতৃত্বই সদৰী কৰা অনুসৰি, ডিব্ৰুগড় জিলাত পঞ্জীয়নভুক্ত চাহ বাগিচাৰ সংখ্যা ২১৮ খন। লগতে পঞ্জীয়নভুক্ত চাহ কাৰাখানা হৈছে ৬৯টা। একেদৰে ক্ষুদ্র চাহ বাগিচা ২৮৭ খন, বটলিফ চাহ কাৰাখনা ৭০টাকে ধৰি মুঠ চাহ জনগোষ্ঠী লোকৰ সংখ্যা প্রায় দুই লাখ ৭০ হেজাৰ। চৰকাৰৰ অনীহা আৰু সদিচ্ছাৰ অভাৱতে তেওঁলোকে যুগ যুগ ধৰি ন্যায্যপ্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আহিছে বুলি মন্তব্য কৰি সেয়ে এতিয়া তেওঁলোক হতাশগ্রস্ত, ক্ষুব্ধ হৈ এনেদৰে প্ৰখৰ ৰ’দকো নেওচি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে বুলি কয়।

তেওঁলোকে কয়, ‘এয়া কেৱল প্রতিবাদ নহয়; দৃঢ় সংকল্পৰে অধিকাৰপ্ৰাপ্তিৰ যুঁজ। ২০১৪ত বিজেপিয়ে নির্বাচনী ইস্তাহাৰত আৰু নির্বাচনী বিভিন্ন মঞ্চত প্রতিশ্রুতি দিছিল যে আমাক জনজাতিৰ স্বীকৃতি দিব। দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিছিল। ২০১৬ৰ অসম ভিছন ডকুমেন্টত এইবোৰ প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰা হৈছিল যদিও বিগত ন বছৰ কাৰ্যকাল উকলি যোৱাৰ পাছতো এইসমূহ কাৰ্যকৰী নহ’ল।’

প্রতিশ্রুতি কাৰ্যকৰী কৰাৰ বিপৰীতে চৰকাৰে চাহ জনগোষ্ঠী তথা আদিবাসীসকলক ঠগ-প্ৰৱঞ্চনা আৰু উপলুঙাৰ বাহিৰে আন একো দিব পৰা নাই বুলি চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সম্পাদক ৰবি বাৰলাই মন্তব্য কৰি কয় যে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান হ’ব লাগিব। এইবাৰ কাৰ্যপদ্ধতি বা প্রযুক্তিগত জটিলতাৰ অজুহাত কোনোপধ্যেই গ্রহণ কৰা নহ’ব। প্রতিশ্রুতিৰ সময় শেষ, এতিয়া কার্যকৰী পদক্ষেপ লোৱাৰ সময় বুলি তেওঁ কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DIBRUGARHprotests
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d