Japan:✒️জাপানৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীৰ সভানেত্ৰী ছানাই টাকাইচিক মঙলবাৰে সংসদে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷
ADVERTISEMENT
দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীত পৰিণত হৈছে আইৰণ লেডী খ্যাত এইগৰাকী মহিলা নেত্ৰী ৷
প্ৰাপ্ত তথ্য অনুসৰি, উচ্চ সদনত তেওঁ ১২৫টা ভোট লাভ কৰে ।যিটো সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনতকৈ এটা ভোট বেছি।






























