Teok :টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত চাংমাইগড়ত অঘটন !

নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

missing

Teok :

টীয়কত চাঞ্চল্যকৰ ঘটনা ৷ নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ Iকালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা কাকজান কমাৰখাটোৱাল গাঁৱৰ যুৱক বন্দিত হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। যুৱক জনৰ বয়স ২৮ বছৰ বুলি জানিব পৰা গৈছে আৰু পৰিয়ালৰ লোকে ই এক হত্যাকাণ্ড বুলি ক’ব বিচাৰিছে । মৃত যুৱকজনৰ শৰীৰত স্পষ্ট হৈ আছে আঘাতৰ চিন।
আনহাতে যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে টীয়ক আৰক্ষীয়ে প্ৰেৰণ কৰে জেএমচিএইছলৈ ৷ একেদৰে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
Exit mobile version