Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দীর্ঘদিনীয়া শান্তি ভংগ কৰি কোকৰাঝাৰৰ ৰেলপথত আইইডি বিস্ফোৰণ

কি উদ্দেশ্যৰে কোনে ফুটালে বোমা?

publisher by publisher
October 24, 2025
in Assam, News
Reading Time: 1 min read
0
দীর্ঘদিনীয়া শান্তি ভংগ কৰি কোকৰাঝাৰৰ ৰেলপথত আইইডি বিস্ফোৰণ
1
SHARES
9
VIEWS
ShareShareShareShare

Kokrajhar:✒️কোকৰাঝাৰত বুধবাৰে নিশা সংঘটিত বোমা বিস্ফোৰণৰ আঁৰত কোন? কি উদ্দেশ্যে আৰু কোনে এই বিস্ফোৰণ ঘটালে? পুনৰ বিটিচি অস্থিৰ কৰি তোলাৰ পৰিকল্পনা ৰচা হৈছে নেকি? সুদীর্ঘ সময় অশান্ত হৈ থকাৰ পাছত শান্তিৰ বাটত খোজকঢ়া বিটিচিক পুনৰ অশান্ত কৰিবলৈ বুধবাৰে নিশা কোকৰাঝাৰ-ছালেকাটি ৰেল স্টেছনৰ মাজৰ শিঙিমাৰী গাঁৱৰ ৰেলপথত এটা শক্তিশালী আইইডি বিস্ফোৰণৰ ঘটনাই এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ADVERTISEMENT

আৰক্ষী সূত্রই জনোৱা মতে, নিশা প্রায় ১২-৫০ বজাত উজনিমুৱা মালবাহী ৰেল এখন পাৰ হৈ যোৱাৰ পাছতে এটা শক্তিশালী আইইডি বিস্ফোৰণৰ ফলত কথমপি ৰেলখন বাগৰি নপৰিল যদিও প্রচণ্ড শক্তিৰ ফলত কিছুদূৰ যোৱাৰ পাছত ৰেলখন ৰৈ যায়। এই ঘটনাৰ কিছু সময়ৰ পাছতে উজনিমুৱা আন এখন কয়লা কঢ়িওবা মালবাহী ৰেল কোকৰাঝাৰ ষ্টেছনত বখাই দিয়া হয়।

RelatedPosts

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

Hagrama Mohilary:কোকৰাঝাৰৰ ঘটনাত তৃতীয় পক্ষৰ হাত! অভিযোগ মহিলাৰীৰ

kokrajhar:আজিৰে পৰা আৰম্ভ হ’ল বিটিচি পৰিষদীয় চৰকাৰৰ শীতকালীন অধিৱেশন

উচ্চ প্রাবল্যৰ আইইডি বিস্ফোৰণৰ ফলত মাজনিশা সমগ্র অঞ্চলটো কঁপি উঠাত এক তীব্র আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। দীর্ঘদিনৰ মূৰত এনে উচ্চ প্রাবল্যৰ বিস্ফোৰণৰ শব্দত সমগ্ৰ কোকৰাঝাৰ কঁপি উঠাৰ ফলত স্বাভাৱিকতে অতীতৰ ভয়াৱহ স্মৃতি সোঁৱৰি পুনৰবাৰ ভীতি বিহ্বল হৈছে ৰাইজ। প্রচণ্ড শব্দৰ সৃষ্টি কৰা বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ৰেলপথৰ প্ৰায় দুফুট অংশ ছিঙি দূৰলৈ ওফৰি যায়।

এই পর্যন্ত ৰেলপথৰ এই অংশটো বিচাৰি পোৱা নাই। ফলত বহু দূৰলৈ ওফৰি যোৱা বুলি সন্দেহ কৰা হৈছে। তদুপৰি বিস্ফোৰণৰ ফলত দাঁতিকাষৰীয়া অঞ্চলত ভূমিকম্প সদৃশ কম্পনৰ সৃষ্টি হয়। তদুপৰি বিদ্যুৎ পৰিবাহী তাঁবো ছিঙি যায়। অৱশ্যে দুর্ঘটনাটোত দৈবক্রমে কোনো লোক হতাহত নহ’ল আৰু মালবাহী বেলখন বিশেষ ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে।

ছিন্ন-ভিন্ন ৰেলপথঃ ঘন জোপোহাৰ আঁৰত লুকাই আছিল সন্দেহজনক উগ্রপন্থী

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি ৰেল লাইনৰ সমীপৰ ঘন জংঘলত লুকাই আছিল সন্দেহজনক উগ্রপন্থী। মাজনিশা শিঙিমাৰী ৰেলআলিত সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত ৰেলপথ ছিন্ন-ভিন্ন হোৱাই নহয়, তাৰ তলত পাৰি থোৱা চিমেণ্টৰ খুঁটাসমূহো ছিন্ন-ভিন্ন হয়।

মনকৰিবলগীয়া যে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যোৱাৰ বাবেই ঘটনাস্থলীৰ পৰা সামান্য নিলগত মালবাহী ৰেলখন ৰৈ যায়। সূত্ৰত প্রকাশ যে সন্দেহজনক উগ্রপন্থীয়ে ঘন জংঘলৰ আঁৰতে থাকি বিস্ফোৰণ সংঘটিত কৰে। আৰক্ষীয়ে ধাৰণা কৰে যে ৰেলখন বগৰোৱাৰ উদ্দেশ্যৰে বেলআলিত আইইডি সংস্থাপন কৰা হৈছিল আৰু বিম’ট কন্ট্র’লৰে বিস্ফোৰণ সংঘটিত কৰা হৈছিল।

আৰক্ষীৰ সন্দেহ অনুসৰি ৰেলআলিৰ পৰা ৩০-৪০ মিটাৰ নিলগৰ ঘন জংঘলত লুকাই থকা সন্দেহজনক উগ্রপন্থীয়ে বেল চলাচলৰ সঠিক স্থান অনুমান কৰিব নোৱাৰিলে আৰু ৰেল অহাৰ লগে লগে অনুমানতে বোমা বিস্ফোৰণ ঘটোৱাৰ বাবেই হয়তো মালবাহী ৰেলখন ৰক্ষা পৰিল। এক ভয়ংকৰ দুৰ্যোগৰ পৰা মালবাহী ৰেলখন ৰক্ষা পৰে যদিও বিস্ফোৰণৰ ফলত ৰেলৰ চলাচল ব্যাহত হয়। অৱশ্যে কালি পুৱা ৯-৩০ বজাৰ পৰা ৰেলৰ চলাচল পুনৰ স্বাভাবিক হয়। বেল বিভাগে যুদ্ধকালীন তৎপৰতাৰে ৰেলপথসমূহ মেৰামতি কৰা বুলি প্রকাশ কৰিছে।

বিকট শব্দ আৰু প্ৰচণ্ড জোঁকাৰণিত আতংকিত স্থানীয় বাসিন্দা

মাজনিশা হঠাতে বিকট শব্দত সাৰ পাই উঠে স্থানীয় বাসিন্দা। ইয়াৰ লগে লগে পূৰ্বৰ বিস্ফোৰণৰ ভয়াৱহতা মনলৈ আহে আৰু স্বাভাৱিকতে আতংকিত ৰাইজৰ মাজত হুৱা-দুৱা লাগে। উল্লেখ্য বিগত সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিটিচিলৈ শান্তিৰ কপৌ ওভতাই অনা বুলি বাৰম্বাৰ দাবী কৰি অহাৰ সময়তে মাজনিশা সংঘটিত বিস্ফোৰণে আৰক্ষীৰ ব্যর্থতা উদঙালে বুলি স্থানীয় ৰাইজে ক্ষোভ প্রকাশ কৰিছে।

এই বিস্ফোৰণ ইমানে শক্তিশালী আছিল যে দুই কিলোমিটাৰ ব্যাসার্ধৰ অঞ্চলত তীব্ৰ জোঁকাৰণিৰ সৃষ্টি কৰাৰ লগতে ছয়-সাত কিলোমিটাৰ দূৰৰ ৰাইজে প্রচণ্ড শব্দ শুনে। শিঙিমাৰী গাঁৱৰ ৰেল ক্ৰছিঙৰ পৰা মাত্র তিনিশ কিলোমিটাৰ দূৰত্বত ঘটনা সংঘটিত হোৱাত ক্ৰছিঙৰ দায়িত্বত থকা ৰেল বিভাগৰ কর্মচাৰীসকলো আতংকিত হয়। তেওঁলোকে তাৎক্ষণিকভাবে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ কিছু সময় পাছতে আলিপুৰ ৰেলৱে ডিভিজনৰ কৰ্মচাৰী উপস্থিত হৈ ৰেলআলি মেৰামতিত ব্যস্ত হয়। ঘটনা সংঘটিত হোৱাৰ পাছত প্রায় ছঘণ্টা ব্যাহত হয় বেল সেৱা। বিভিন্ন ষ্টেছনত ঘণ্টাৰ পাছত ঘণ্টা বেল বখাই থোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

এই বিস্ফোৰণ ইমানে শক্তিশালী আছিল যে দুফুট ৰেলপথৰ টুকুৰা এটা বহু দূৰলৈ ছিটিকি যায় আৰু ৰেলৰ শিপাৰ ছিন্ন-ভিন্ন হয়। ঘটনাস্থলীত আনহাতে উপস্থিত হয় আৰক্ষী সঞ্চালক প্রধান হৰমীত সিং, বিটিচিৰ দায়িত্বত থকা আৰক্ষী-মহাপৰিদৰ্শক বিবেক ৰাজ সিং। ৰেলৱে আৰক্ষী বাহিনী (আৰপিএফ) ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্রাণজিৎ বৰা, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, স্থানীয় বিধায়ক লৰেন্স ইছলাৰী আদি। আৰক্ষীৰ স্নিফাৰ ডগৰে তদন্ত আৰম্ভ কৰে। ঘটনাস্থীত উপস্থিত হোৱা আইজিপি সিঙে বিস্ফোৰণস্থলী পর্যবেক্ষণ কৰি তদন্তৰ পাছতে ক’ব পৰা যাব বুলি সাংবাদিকক কয়।

ঘটনাস্থলীত মানৱ আৰু কাৰিকৰী দিশৰ তথ্য লাভঃ ডিজিপি

পুৱাৰ পৰা ১১-৩০ বজাত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী সঞ্চালক প্রধান সিঙে ঘটনাস্থলী পৰিদৰ্শনৰ অন্তত চৰাইখোলাৰ সপ্তম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়া ৰেল বিষয়াৰ স’তে বৈঠকত মিলিত হয়। ডিজিপি সিঙে সংবাদ মাধ্যমক কয় যে তদন্তত সকলো কথা ওলাই পৰিব আৰু শীঘ্ৰে ধৰা পৰিব দুষ্কৃতিকাৰী।তেওঁ তদন্ত প্রক্রিয়া কিদৰে আগবঢ়াব লাগিব সেই নির্দেশনা দিয়া বুলি আৰক্ষীয়ে সদৰী কৰে।

তেওঁ কয়, ‘এইটো সন্দেহজনক বিস্ফোৰণ যেন লাগিছে। ফৰেনচিক বিশেষজ্ঞই ইতিমধ্যে নমুনা সংগ্রহ কৰিছে। কিছু বিস্ফোৰক সামগ্রী সংগ্ৰহ কৰা হৈছে।

ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীৰ দ্বাৰা অতি সোনকালে দুষ্কৃতিকাৰী ধৰা পৰিব।

ঘটনাৰ আঁৰত নিশ্চয় উদ্দেশ্য আছে: দেৰহাছৎ বসুমতাৰী

ইপিনে, শিঙিমাৰী বিস্ফোৰণস্থলীত উপস্থিত হয় স্থানীয় বিধায়ক তথা ইউপিপিএলৰ লৰেন্স ইছলাৰী, সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী আদি। ইছলাৰীয়ে এই ঘটনাত তীব্র গৰিহণা প্রকাশ কৰি কয় যে যি সময়ত শান্তিৰ বিটিআৰ গঢ়িবলৈ সকলোরে প্রচেষ্টা কৰি আছে সেই সময়ত এনে ঘটনা দুর্ভাগ্যজনক। আনহাতে, বিপিএফৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্যই দেৰহাছাৎ বসুমতাৰীয়ে সংবাদমেলত এই ঘটনাৰ গৰিহণা দি আঁৰত থকা ব্যক্তিসকলক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। যাত্ৰীৰ জীৱনৰ স’তে জড়িত বেলপথত এনে ঘটনা উচিত হোৱা নাই বুলি তেওঁ কয়। বসুমতাৰীয়ে কয় যে বোমা বিস্ফোৰণৰ আঁৰত নিশ্চয় কিবা উদ্দেশ্য আছে। ইয়াৰ প্ৰভাৱ কেৱল বিটিচিতে নহয়, গোটেই অসমতে পৰিব। অসমক অশান্ত কৰাৰ পৰিকল্পনা কৰিয়ে বিস্ফোৰণ ঘটোৱা বুলি সন্দেহ প্রকাশ কৰে বসুমতাৰীয়ে।

গৰিহণা এবছুৰ

বিস্ফোৰণৰ ঘটনাক তীব্র গৰিহণা দি এবছু সভাপতি দ্বীপেন বড়োরে কয়, ‘এনে ধৰণৰ হিংসা কাপুৰুষালিৰ নামান্তৰ। দুষ্কৃতিকাৰীৰ এনে অমানৱীয় আৰু বৰ্বৰ কাণ্ড শান্তি, প্রগতি আৰু সুৰক্ষাৰ ওপৰত প্ৰত্যক্ষ আক্রমণ। যিকোনো প্ৰকাৰে সংঘটিত হোৱা হিংসাই গণতন্ত্র, মানৱতা আৰু বড়োলেণ্ড অঞ্চলৰ শান্তিময় পৰিস্থিতি বিনষ্ট কৰিব।’ বোমা বিস্ফোৰণৰ দৰে জঘন্য কাণ্ডৰ আঁৰৰ দোষীক অতি সোনকালে কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ এবছৱে দাবী জনাইছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৰেল লাইনত বিগত সময়ছোৱাত কে’বাবাৰো ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু বহু যাত্রী নিহত হৈছে। চেঁচাপানী আৰু শিঙিমাৰী অঞ্চলৰ ৰেলপথ অতি স্পর্শকাতৰ বুলি বিবেচিত যদিও ৰেল বিভাগে পর্যাপ্ত টহল নিদিয়াৰ বাবে বাৰে বাৰে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

ৰেলযাত্ৰীৰ সুৰক্ষাৰ প্রতি পিঠি দিয়া ৰেল বিভাগ আৰু আৰক্ষীৰ অৱহেলাৰ অভিযোগ কৰিছে ৰাইজে। প্রশ্ন উঠিছে যে শান্তি স্থাপন হোৱা বুলি দাবী কৰা বিটিচিত কোনে আৰু কিয় এই ঘটনা সংঘটিত কৰিলে? বিটিচি অস্থিৰ কৰি তোলাৰ পৰিকল্পনা আছে নেকি কাৰোবাৰ?

শান্তিৰ পৰিৱেশৰ মাজত অশান্তি বিয়পোৱাৰ চেষ্টা কৰাসকল কোন? হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ পুনৰ শাসনলৈ অহাৰ পাছতে বিটিচি অশান্ত কৰাৰ চেষ্টা কৰা হৈছে নেকি বুলিও বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে।

মাওবাদী জড়িত নেকি?

ইপিনে, কালি পুৱতি নিশা সংঘটিত আইইডি বিস্ফোৰণক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এজন লক’ পাইলটৰ তৎপৰতাৰ বাবেই এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা সকলো ৰক্ষা পৰে। যদিহে লক’ পাইলটজনে ঘটনাটো দেখা নাপালেহেঁতেন, তেন্তে বহুত বেয়া খবৰ পালোহেঁতেন। ইপিনে, এই ঘটনাত কোন জড়িত, তাৰ অনুসন্ধান অব্যাহত আছে। ইয়াৰ মাজতে এজন বিশেষ লোকক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰা বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে। ড° শৰ্মাই কয়, ‘বিশেষ সেই লোকজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ডত কে’বাটাও গোচৰ ৰুজু হৈ আছে।’ অৱশ্যে লোকজন কোনো উগ্রপন্থী সংগঠনৰ লগত জড়িত হয়নে নহয়, সেয়া সদৰী কৰাৰ পৰা মুখ্যমন্ত্রী বিৰত থাকে। ইয়াৰ বিপৰীতে আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, লোকজন মাওবাদী সংগঠনৰ লগত জড়িত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KokrajharRail station
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d