Linkmen Arrested:
তিনিচুকীয়াত আলফা স্বাধীনৰ ৭ গৰাকী লিংকমেন আটক I বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰা লিংকমেন তিনিগৰাকী হ’ল জিতু মৰাণ,জুলি গগৈ আৰু দিপক গগৈ ৷
ADVERTISEMENT
আনহাতে ম্যানমাৰৰ পৰাও আটক কৰা হয় আন চাৰি লিংকমেনক I আটকাধীন চাৰি লিংকমেনৰ নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷ আলফা স্বাধীনৰ সৈতে কেনেদৰে জড়িত তাকলৈ চলি আছে আৰক্ষীৰ তদন্ত ৷




































