Dhiraj Gowala:গেৰুৱা বসন পিন্ধিব আটছাৰ সদ্য প্রাক্তন সভাপতি ধীৰাজ গোৱালা !

attsa

Dhiraj Gowala:

ৰাজ্যৰ চাহ জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন আটছাৰ সদ্য প্রাক্তন সভাপতি ধীৰাজ গোৱালাই অচিৰেই পিন্ধিব গেৰুৱা বসন ৷ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ব্যক্ত কৰে তেওঁৰ ঘনিষ্ঠ মহলে । ন-বিজেপি হোৱাৰ পিছতে গোৱালাই বিচাৰিব পাৰে উজনি অসমৰ চাহ জনগোষ্ঠী অধ্যুষিত যিকোনো এটা সমষ্টিৰ প্ৰাৰ্থীত্ব ৷
Exit mobile version