Rhino Death in Silghat:কলিয়াবৰৰ শিলঘাটত মৃত গঁড় উদ্ধাৰ

বাঘৰ আক্ৰমণত গঁড়টো মৃত্যু হোৱাৰ সন্দেহ

rhino

Rhino Death in Silghat:

কলিয়াবৰৰ শিলঘাটত মৃত গঁড় উদ্ধাৰ I শিলঘাটৰ কামাখ্যা মন্দিৰৰ নামনিত উদ্ধাৰ মৃত গঁড়টো। বাঘৰ আক্ৰমণত গঁড়টো মৃত্যু হোৱাৰ সন্দেহ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত। অৱশ্যে চিকিৎসক অহাৰ পিছতহে মৰণোত্তৰ পৰীক্ষাৰ অন্তত গম পোৱা যাব গঁড়টোৰ মৃত্যুৰ প্ৰকৃত কাৰণ । তিনিমাহ ধৰি গঁড়টোৱে বিচৰণ কৰি আছিল সেই অঞ্চলত ।

 

Exit mobile version