Home Minister Skill Medal:ৰাজ্যৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক

জেহাদীৰ বিৰুদ্ধে কৰা 'অপাৰেচন প্ৰঘাত'ৰ দেখুৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা

partha sarathi

Home Minister Skill Medal:

ৰাজ্যত জেহাদীৰ বিৰুদ্ধে চলোৱা ‘অপাৰেচন প্রঘাত’ত বিশেষ দক্ষতা দেখুৱা অসমৰ এছটিএফৰ দলক আগবঢ়োৱা হৈছে গৃহমন্ত্ৰীৰ দক্ষতা পদক ২০২৫ ৷ এছটিএফৰ আঠ আৰক্ষী বিষয়া হ’ল বৰ্তমান গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড:পাৰ্থসাৰথি মহন্ত ,আইএনএছপি সূৰুয দলে ,শংকৰজ্যোতি নাথ,কপিল পাঠক,বিক্রম বসুমতাৰী আৰু এপিএছ বিষয়া প্ৰণৱ কুমাৰ পেগু,অনুৰাগ শৰ্মা আৰু সত্যেন্দ্ৰ সিং হাজাৰী।
Exit mobile version