Silchar NIT :শিলচৰ এনআইটিত ভয়ংকৰ ঘটনা !

জলপ্ৰপাতত গা ধুবলৈ সলিল সমাধি তিনি ছাত্ৰ-ছাত্ৰী

nit

Silchar NIT :

শিলচৰ এনআইটিত শোকাৱহ ঘটনা ৷জলপ্ৰপাতত গা ধুবলৈ সলিল সমাধি তিনি ছাত্ৰ-ছাত্ৰী ৷ পাৰ্বত্য জিলা ডিমা হাচাওৰ হাৰাংগাজাৱত এটা জলপ্ৰপাতত গা ধুবলৈ নামি গৈছিল শিলচৰ এনআইটিৰ ৩ শিক্ষাৰ্থী ৷ কিন্ত দ- পানীত ডুব যায় তিনিও শিক্ষাৰ্থী ৷ ইতিমধ্যে এই শোকাৱহ ঘটনা সদৰি হোৱাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় এনআইটি চৌহদত ৷ আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে পাবত্য জিলা খনৰ সদৰ হাফলঙৰ পৰা এছডিআৰএফ বিশেষ দল উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে I

Exit mobile version