Chandmari:মহানগৰীৰ চানমাৰিত বোৱাৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

মৃতদেহৰ কাষত উদ্ধাৰ চুইচাইড নোট

deadbody 1

Chandmari:

মহানগৰীৰ চানমাৰিত ৰেড ক্ৰছৰ ওচৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন বোৱাৰীৰ মৃতদেহ ৷ এটা বন্ধ কোঠাত হয় বোৱাৰী গৰাকীৰ নিথৰ দেহ I মৃতদেহটো জোনটি পাটোৱাৰী বুলি চিনাক্ত কৰিছে চানমাৰি আৰক্ষীয়ে ৷ আনহাতে মৃতদেহটোৰ ওচৰত উদ্ধাৰ চুইচাইড নোট ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version