Bihar:✒️আজি ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ মুঠ ২৪৩খন বিধানসভাৰ আসনৰ বাবে দুটা পৰ্যায়ত – ৬ আৰু ১১ নৱেম্বৰৰ দিনা অনুষ্ঠিত হৈছিল এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
ADVERTISEMENT
অব্যাহত আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। শেহতীয়া তথ্য অনুসৰি এন ডি এই ২০০ খন, মহাজোটবন্ধন ৩৯ খন আৰু অন্যান্যই ৫ খন আসনত অগ্ৰগতি লাভ কৰিছে।






























