Golaghat:
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰস্থিতিৰ মাজতে গোলাঘাট আৰক্ষীৰ জালত পৰে নিষিদ্ধ মৰফিনসহ সৰবৰাহকাৰী ৷ বিশেষ সূত্ৰৰ পমখেদি গোলাঘাট আৰক্ষীৰ এটা অভিযানকাৰী দলে নাওকাটাত অভিযান চলাই প্ৰায় ৩৫৪.৫৩ গ্রাম মৰফিন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত মৰফিনখিনিৰ মূল্য ২ কোটি টকা ৷ গোলাঘাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷
ADVERTISEMENT




































