Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অসমত স্থায়ীভাৱে থাকিব বিচৰা সকলোৰে নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হ’ব: মুখ্যমন্ত্রী

publisher by publisher
November 20, 2025
in News, Assam
Reading Time: 1 min read
0
অসমত স্থায়ীভাৱে থাকিব বিচৰা সকলোৰে নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হ’ব: মুখ্যমন্ত্রী
2
SHARES
17
VIEWS
ShareShareShareShare

ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ পৰিৱৰ্তে অসমত নির্বাচন আয়োগে বিশেষ পুনৰীক্ষণ (এছআৰ)ৰ কাম আৰম্ভ কৰিছে। আগন্তুক বিধানসভা নির্বাচনক লক্ষ্য কৰি গ্রহণ কৰা এই ব্যৱস্থাক লৈ ৰাজ্যত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বাভাৱিকতে চৰকাৰী পক্ষই নির্বাচন আয়োগৰ পদক্ষেপক আদৰণি জনাইছে। ইয়াৰ বিপৰীতে বিভিন্ন দল-সংগঠনৰ ইয়াৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে ভাৰতীয় সংবিধানত ১৯ নম্বৰ অনুচ্ছেদত এছআৰৰ ব্যৱস্থা আছে। প্রতিক্রিয়া এই বুলি সৃষ্টি হৈছে যে এছআৰৰ জৰিয়তে বিজেপিয়ে নির্বাচনী যুঁজ জিকাৰ কৌশল গ্রহণ কৰিছে। এনে দল-সংগঠনৰ অভিযোগ অনুসৰি, এনে কৌশলৰে Commission ইতিমধ্যে বিজেপিয়ে আন কে’বাখনো ৰাজ্যৰ লগতে বিহাৰতো শেহতীয়াভাবে বিজয় সাব্যস্ত কৰে। এই বিজয় অভাৱনীয় বুলিও বিবেচিত হৈছে। বিহাৰত প্ৰতিষ্ঠান বিৰোধী ঢৌ থকা সত্ত্বেও নির্বাচনী ফলাফলত তাৰ সম্পূৰ্ণ বিপৰীত ছবি স্পষ্ট হয়।

RelatedPosts

ৰাজ্যত নতুনকৈ চাৰি শতাধিক ভোট কেন্দ্র স্থাপনৰ সম্ভাৱনা

নিৰ্বাচনৰ প্ৰাক্ষণত বিহাৰৰ ভোটাৰ তালিকাৰ পৰা ৩৫ লক্ষাধিকৰ নাম বাদ পৰিব

এতিয়াৰে পৰা জানিব পাৰিব ‘ৰিয়েল টাইম’ ভোটদানৰ হাৰ !

অভিযোগ অনুসৰি, প্রতিষ্ঠান বিৰোধী ঢৌ তীব্ৰতৰ হোৱা বাবেই কেন্দ্ৰৰ শাসনাধিষ্ঠ দল হোৱাৰ সুযোগ লৈ বিজেপিয়ে ৰাজ্যখনত এছআইআৰৰ সহায়ত ভোট চুৰিৰে বৃহৎ সফলতা আঁজুৰি আনিবলৈ সক্ষম হয়। অসমৰ এছআৰ প্ৰকাৰান্তৰে এছআইআৰৰ প্ৰতিৰূপ বুলিও বিৰোধী সৰৱ হৈছে।

ভোটাৰ তালিকাত স্বচ্ছতা আনিব: মুখ্যমন্ত্রী

অসমত এছআৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি মন্তব্য কৰে যে এই ব্যৱস্থাটোত যদি কোনো লোকে বহিঃৰাজ্যৰ পৰা আহি অসমত স্থায়ীভাবে থাকিব বিচাৰে, তেন্তে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত; কিন্তু এজন মানুহৰ নাম দুখন ৰাজ্যত নাথাকিব। মুখ্যমন্ত্রীয়ে কয়, ‘অসমত ৰেল, অইল ইণ্ডিয়া আদিত চাকৰি কৰা বহু লোকৰ দুখন ৰাজ্যত নাম আছে। তেওঁলোকৰ নিজৰ ৰাজ্যত নাম থকাৰ লগতে অসমতো আছে। তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব যে কোনখন ৰাজ্যত স্থায়ীভাবে থাকিব বিচাৰে। যদি অসমত স্থায়ীভারে থাকিব বিচাৰে, তেন্তে নিজৰ ৰাজ্যত থকা ভোটটো কর্তন হ’ব। মই ভাবো, কোনে নিজৰ ৰাজ্যৰ নাম কাটি ইয়াৰ ভোটাৰ তালিকাত নাম সুমুৱাব বিচাৰিব? পশ্চিমবংগত নিজৰ ঘৰ থকাৰ পাছত ইয়াৰ ভোটাৰ তালিকাত স্বাভাৱিকতে মানুহজন নাথাকিব। মুঠৰ ওপৰত কথা হ’ল যে ভোটাৰ তালিকাত দুটা স্থানত কাৰো নাম থাকিব নোৱাৰিব।’ মুখ্যমন্ত্রীয়ে কয় যে স্পষ্ট এই নিয়মত আপত্তি কৰিবলগীয়া একোৱেই নাই। নির্বাচন আয়োগৰ ব্যৱস্থাই ভোটাৰ তালিকাক স্বচ্ছতাহে প্রদান কৰিব। অসম ৰাজ্যিক বিজেপিয়েও নির্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি জনাইছে। আয়োগৰ ব্যৱস্থাই ভোটাৰ তালিকাক শুদ্ধ ৰূপ প্রদান কৰিব বুলি মন্তব্য কৰে।

বহিঃৰাজ্যৰ ভোটাৰ ভাগ্যনিয়ন্তা হ’ব নোৱাৰিবঃ আছু

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ব্যৱস্থাক সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে অসমৰ মুখ্য নির্বাচনী বিষয়াই যি ধৰণে বিষয়টো উপস্থাপন কৰিছে, সেয়া চূড়ান্ত বিভ্রান্তিকৰ আৰু অসমীয়া মানুহ ইয়াৰ ফলত অধিক শংকিত হৈছে। কাৰণ অসমত এখন অশুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। এখন বিদেশীমুক্ত শুদ্ধ ভোটাৰ তালিকাৰ বাবে তেওঁলোকে যুঁজ কৰি আহিছে। তাৰ মাজতে আকৌ এইবাৰ নতুন এক ব্যৱস্থা আনিব বিচৰা হৈছে। যাৰ সহায়ত নিৰ্বাচনৰ দুদিন পূর্বে অসমলৈ অহা লোকেও ভোটদান কৰিব পাৰিব। সভাপতি শৰ্মাই কয়, ‘বহিঃৰাজ্যৰ ভোটাৰে দুদিন আগতে অসমলৈ আহি ভোট দিব, এয়া কি ধৰণৰ কথা। আমাৰ খাটাং কথা, চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ পাছত কাৰো নাম অন্তর্ভুক্ত হ’ব নোৱাৰিব। অসমৰ দৰে এখন স্পৰ্শকাতৰ ৰাজ্যত কথাবোৰ সংবেদনশীল হ’ব লাগে। সেই কথা মুখ্য নির্বাচনী বিষয়াজনে ভালদৰে উপলব্ধি কৰা উচিত। তেওঁৰ কথাৰ পৰা এইটো প্রশ্ন জাগিছে যে আমি অসমলৈ ভ্রাম্যমাণ ভোটাৰ আনিব বিচাৰিছো নেকি? ইয়াত ভোটদানৰ পাছত সেইসকল ভোটৰ সময়ত আন ৰাজ্যলৈ গুচি যাব। বহিঃৰাজ্যৰ ভোটাৰ অসমৰ ভাগ্যনিয়ন্তা হ’ব নোৱাৰিব, আমি সকীয়াই দিছো। অসমত যিসকলে স্থায়ীভারে বিচাৰি অথবা দীর্ঘকাল অসমতে বাস কৰিব বিচাৰে, সেইসকলৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰক; কিন্তু অসমলৈ ফুৰিবলৈ আহি ভোটাৰ হ’ব নোৱাৰিব।’ শৰ্মাই লগতে কয় যে অসমত খিলঞ্জীয়াৰ ভোটেৰে খিলঞ্জীয়া মানুহ নির্বাচনত জিকিব লাগিব। তাৰ বিপৰীতে অসমৰ জনপ্রতিনিধি নিৰ্বাচনৰ অধিকাৰ এছআৰৰ জৰিয়তে আন ৰাজ্যৰ ভোটাৰৰ হাতত অর্পণ কৰা নচলিব।

আমাৰ সন্দেহ আছে: কংগ্রেছ

ইয়াৰ বিপৰীতে কংগ্ৰেছে মন্তব্য কৰে যে অসমৰ ক্ষেত্ৰত এছআইআৰ কৰা নহয় বুলি কৈ নির্বাচন আয়োগে যি এছআৰ কৰাৰ কথা কৈছে, তাকে লৈ ৰাইজৰ মাজত সন্দেহ আৰু শংকা দেখা দিয়াৰ যথেষ্ট স্থল আছে। দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয়, ‘ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী এক নিয়মীয়া প্রক্রিয়া আৰু ইয়াক লৈ চিন্তা কৰিবলগীয়া একো নাই যদিও নির্বাচন আয়োগে নির্বাচনৰ পূৰ্বে কৰিবলৈ ওলোৱা এছআৰক লৈ ৰাইজক সতর্ক থাকিবই লাগিব। ছামাৰি ৰিভিজন অথবা সংক্ষিপ্ত সংশোধনী নির্বাচন থাকক বা নাথাকক, প্রতিটো বছৰতে জানুৱাৰীত কৰাটো এটা নিয়ম; কিন্তু স্পেচিয়েল ৰিভিজন অর্থাৎ এছআৰ সম্পূর্ণ পৃথক। বিহাৰত যিদৰে এছআইআৰৰ জৰিয়তে বহু ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল, অসমত এছআৰৰ জৰিয়তে যে তেনে নকৰিব, সেই কথা আমি খাটাংকৈ ক’ব নোৱাৰো। আমাৰ সন্দেহ আছে। বিধানসভা নির্বাচনলৈ মাজত কেইটামান মাহহে থকা অৱস্থাত সংক্ষিপ্ত সংশোধনীৰ পৰিৱৰ্তে বিশেষ পুনৰীক্ষণ কৰাৰ আঁৰত হয়তো বিশেষ কিবা কাৰণ থাকিব পাৰে।’

খেল সলনিৰ ব্যৱস্থা: ৰাইজৰ দল

ৰাইজৰ দলে অভিযোগ কৰে যে এছআৰৰ জৰিয়তে বিজেপিয়ে ভোটাৰ তালিকাত নতুন নাম অন্তর্ভুক্ত কৰি অবৈধভাবে জয়ী হ’ব খুজিছে। আগন্তুক বিধানসভা নির্বাচনত পৰাজয় নিশ্চিত বুলি বিজেপিয়ে ভালদৰে উপলব্ধি কৰিছে। সেইবাবে এতিয়া নির্বাচন আয়োগক ব্যৱহাৰ কৰি বিজয়ৰ পথ মোকলাব বিচাৰিছে দলটোৱে। এছআৰৰ জৰিয়তে ভোটাৰ তালিকাত অসমত স্থায়ীভাবে বসবাস নকৰা মানুহৰ নাম অন্তর্ভুক্ত কৰিব বিচৰা হৈছে। ইয়াৰ সকলোৱে বিৰোধিতা কৰিব লাগে বুলি কয় দলৰ সভাপতি অখিল গগৈয়ে। তেওঁ লগতে কয়, ‘মনোনয়নপত্র দাখিলৰ দুদিন পূর্বে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব আৰু নাম অন্তর্ভুক্ত কৰি ভোট দিব পাৰিব। এইটো এটা ভয়ংকৰ ঘটনা। এইটো এটা গেম চেঞ্জিং ব্যৱস্থা কৰিব বিচাৰিছে নির্বাচন আয়োগে। খেল সলনি কৰি দিব পৰা এটা সাংঘাতিক ব্যৱস্থা নির্বাচন আয়োগে কৰিব বিচাৰিছে।’

বহিঃৰাজ্যৰ লোকক অসমৰ ভোটাৰ সজোৱাৰ কৌশল: চিপিআই চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে সংবিধানত এছআৰৰ ব্যৱস্থা আছে। সেই বুলি চৰকাৰে বহিঃৰাজ্যৰ লোকক কৌশলেৰে অসমৰ ভোটাৰ সজাই ৰাজ্যখনকে সেইসকলক গতাই দিয়াৰ কৌশল গ্রহণ কৰা আৰু সেইসকলৰ ভোটেৰে নিৰ্বাচনত জয়লাভৰ অংক কৰাটোক কেতিয়াও মানি ল’ব নোৱাৰি।

গগৈয়ে কয়, ‘মুখ্য নির্বাচনী বিষয়াই এই কথা কৈছে যে মনোনয়ন দাখিলৰ দুদিন আগলৈ বহিঃৰাজ্যৰ পৰা অহা প্ৰকৃত ভাৰতীয় লোকে যদি অসমলৈ আহি ইয়াত স্থায়ীভাৱে থকাৰ কথা কয়, সেইসকলৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হ’ব। এয়া অসমৰ বাবে এক আত্মঘাতী কাৰ্য হ’ব। দৰাচলতে চৰকাৰে এই কৌশলেৰে বহিঃৰাজ্যৰ মানুহৰ নামো অসমৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰি সুবিধা আদায় ল’ব বিচাৰিছে।’

আবেদনৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰা হ’ব ৰাজ্যিক নির্বাচন বিভাগ ইপিনে, এছআৰক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত কালি অসমৰ নিৰ্বাচন বিভাগে কয় যে দীর্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়ৰে আহি সাধাৰণভাবে বসবাস কৰি থকা ব্যক্তিয়েহে অন্য ৰাজ্যৰ ভোটাৰ তালিকাত নাম থাকিলে প্ৰ-পত্ৰ-৮ৰ জৰিয়তে অসমৰ কোনো ভোটগ্রহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ আবেদন কৰিব পাৰিব।

নির্দিষ্ট বিধি অনুসৰি সেই আবেদন পৰীক্ষা কৰাৰ পাছতহে তেনে আবেদনৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰা হয়। নির্বাচন বিভাগে কালি এক বিবৃতিত ইয়াৰ লগতে উল্লেখ কৰে এনেদৰে, ‘ইতিমধ্যে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈ থকা কোনো ব্যক্তিৰ উচ্ছেদ অথবা আন কোনো কাৰণত বাসস্থান স্থানান্তৰিত হ’লে তেওঁলোকে বর্তমান যিটো ভোটগ্রহণ কেন্দ্ৰৰ অধীনত বসবাস কৰি আছে, সেই ভোটগ্রহণ কেন্দ্রলৈ নাম স্থানান্তৰ কৰিব পাৰে। এই ক্ষেত্রত পঞ্জীয়নভুক্ত ভোটাৰসকলৰ নাম বাদ পৰি যোৱাৰ অহেতুক আশংকা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Election Commission of India
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d