Indigo Flight:
গুৱাহাটীৰ পৰা দিল্লী অভিমুখী ইণ্ডিগো বিমানত পুনৰ অঘটন । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত থকা 6E930 নম্বৰৰ ইণ্ডিগো বিমান খনত এচি সহ আন কেতবোৰ কাৰিকৰী বিজুতিৰ ফলত পাঁচঘন্টা ধৰি বিমান খনৰ ভিতৰতে আবদ্ধ হৈ থাকে যাত্ৰীসকল।
যাত্ৰী সকলৰ অসহ্যকৰ পৰিস্থিতিৰ মাজতে ইণ্ডিগো কৰ্তৃপক্ষই ছয় বজাতহে বিমান খন দিল্লী অভিমুখে উৰা মাৰিব বুলি ঘোষণা কৰে ৷
