MlA Aminul Islam:
পহলগাম আক্ৰমণৰ সময়ত দিয়া কেতবোৰ বিতৰ্কিত দেশবিৰোধী মন্তব্য বাবে গ্ৰেপ্তাৰ হৈ বৰ্তমান নগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা ধিঙৰ বিধায়ক আমিনুল ইছলামলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সাময়িক সকাহ ৷
ADVERTISEMENT
এনএছএ গোচৰত দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা বিধায়কজনৰ বিৰুদ্ধে প্ৰযোজ্য এনএছএ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ আদালতৰ ৷ এনেক্ষেত্ৰত মুকলি আকাশৰ তললৈ অহাৰ বাট প্রশস্ত হয় আমিনুল ইছলামৰ ৷




































