Fake Advocate:
কাছাৰত ভুৱা আইনজীৱীক ৬ মাহৰ সশ্ৰম কাৰাদণ্ড বিহিলে আদালতে ৷ ভুৱা অধিবক্তাজন হ’ল সোণাই চৈদপুৰৰ আলতাফ হুছেইন বৰভূঞা ৷ ভুৱা এলএলবি চাৰ্টিফিকেটেৰে ওকালতি কৰি থকা অৱস্থাত ২০০৮ বৰ্ষত বৰভূঞাৰ জালিয়াতি পোহৰলৈ আহে ৷ বিগত ১৭ বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে বৰভূঞাক ৬ মাহৰ সশ্ৰম কাৰাদণ্ড কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে ৷
