Distribution of appointment letters:কাইলৈ আৰক্ষীত নিযুক্তি লাভ কৰিব ৫,৮১৮ গৰাকী প্ৰাৰ্থীয়ে

সৰুসজাইত ষ্টেডিয়ামত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী প্ৰদান কৰিব নিযুক্তি পত্ৰ

hbs

Distribution of appointment letters:

মহানগৰীৰ সৰুসজাইত ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হ’ব গৃহ বিভাগত বৃহৎ নিযুক্তি সমাৰোহ ৷ অসম আৰক্ষীত নিযুক্তি লাভ কৰিব ৫,৮১৮ গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰে ১৫৬গৰাকী প্ৰাৰ্থীয়ে উপ-পৰিদৰ্শকক নিযুক্তি লাভ কৰাৰ বিপৰীতে ৫,৪১০ গৰাকীক কনিষ্টবল পর্যায়ত নিযুক্তি লাভ কৰিব ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব নিযুক্তি পত্ৰ ৷ উল্লেখ্য যে চাহ জনজাতিৰ ১২০গৰাকী প্ৰাৰ্থীক ৮ ডিচেম্বৰত এক বিশেষ সভাত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব ৷

Exit mobile version