IndiGo:✒️দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ মাজত বৰ্তমান বিশৃংখল হৈ পৰিছে। কোম্পানীটোৰ সেৱা কাৰ্যতঃ ভাঙি গৈছে। শুকুৰবাৰেও দেশৰ প্ৰায় সকলো প্ৰান্তৰ সকলো ইণ্ডিগ’ই অন্তদেশীয় বিমান বাতিল কৰে ।
ADVERTISEMENT
ইয়াৰ ফলত বিমানবন্দৰত সৃষ্টি হৈছে বিশৃংখলতা। এই পৰিস্থিতিৰ হেঁচাত কেন্দ্ৰীয় চৰকাৰী সংস্থা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ)য়ে নতুন বিমান চলাচলৰ নিয়ম আংশিকভাৱে প্ৰত্যাহাৰ কৰিছে।






























