Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ প্রাণ হেৰুৱালে আৰু তিনিজনে

অসমত সংস্থাপনৰ অভাৱৰ কৰুণ পৰিণতি

publisher by publisher
December 10, 2025
in Assam, News
Reading Time: 1 min read
0
জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ প্রাণ হেৰুৱালে আৰু তিনিজনে
1
SHARES
11
VIEWS
ShareShareShareShare

Goa:✒️যোৱা শনিবাৰে মাজনিশা গোৱাৰ এটা নৈশক্লাবত বিধ্বংসী অগ্নিকাণ্ডত মৃত্যুক আঁকোৱালি লোৱা অসমৰ তিনি যুৱক দৰিদ্ৰ পৰিয়ালৰ আছিল। বিজেপি নেতৃত্বাধীন চৰকাৰে লাখ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ দাবী কৰি অহাৰ সময়তে অসমত কর্মসংস্থাপন বা জীৱিকাৰ কোনো উপায় নোপোৱাৰ বাবে দেশৰ পশ্চিম প্রান্তৰ ৰাজ্যখনলৈ গৈ যুৱক তিনিজনে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

এই তিনি যুৱকৰ দুজন ক্রমে কাছাৰৰ ৰাহুল তাঁতী (৩২) আৰু মনজিৎ মল (২৪)ৰ নশ্বৰ শৰীৰৰ ইতিমধ্যে গোৱাৰ প্রশাসনে আত্মীয়-স্বজনক হস্তান্তৰ কৰিছে। আনজন দুৰ্ভগীয়া ধেমাজিৰ দিগন্ত পাটিৰ (২৩)ব নশ্বৰ শৰীৰ চমজি ল’বলৈ কেৰালাত কৰ্মৰত তেওঁৰ এজন জ্যেষ্ঠ ভ্রাতৃ গোৱালৈ ৰাওনা হৈছে বুলি সূত্রই জনায়। উল্লেখ্য যে গোৱাৰ অবৈধ নৈশ ক্লাৱটোৰ যোৱা শনিবাৰৰ অগ্নিকাণ্ডত অসমৰ এই তিনি যুৱকসহ মুঠ ২৫ জন লোকৰ প্ৰাণহানি ঘটে। এই দুৰ্ভগীয়াসকলৰ মাজত কমেও ১৪ জন ক্লাবটোৰ কৰ্মচাৰী আছিল। তেওঁলোকৰে অন্যতম আছিল অসমৰ দুৰ্ভগীয়া যুৱককেইজন। আত্মীয়ই চমজি ল’লেও আর্থিক অসুবিধাৰ বাবে মৃতদেহ ঘৰলৈ অনাক লৈ সমস্যাৰ সম্মুখীন হৈছে।

RelatedPosts

Gerukamukh:বৃহৎ এলেকাৰ পাহাৰ ছানি ধৰিছে জুইয়ে: পৰিস্থিতি নিয়ন্ত্রণ অব্যাহত অগ্নিনির্বাপক বাহিনীৰ

Fire in West Tripura:পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী শিবিৰত বিধ্বংসী অগ্নিকাণ্ড

Fire in Paltan Bazar:মহানগৰীৰ পল্টনবজাৰৰ অপ্সৰা চিনেমা হলৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড

অৱশ্যে অনতিপলমে মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ বাবে অসম আৰু গোৱা উভয় চৰকাৰে সহযোগিতাৰে কাম কৰি আছে বুলি সদৰী কৰিছে মন্ত্রী কৌশিক ৰায়ে। ৰায়ে কয় যে তেওঁ বিষয়টোৰ সন্দৰ্ভত উত্তৰ গোৱাৰ জিলা আযুক্ত অংকিত যাদৱৰ স’তে কথা পাতিছে। ইতিমধ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে আৰু মৃতদেহ ঘূৰাই পঠিওৱাৰ বাবে পৰিবহণৰ ব্যৱস্থা কৰাৰ কথা জিলা আযুক্ত যাদবে মন্ত্ৰী ৰায়ক জনাইছে। মন্ত্ৰী ৰায়ে কাছাৰৰ যুৱকদ্বয়ৰ ঘৰত উপস্থিত হৈ অসম চৰকাৰৰ ফালৰ পৰা শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জনাইছে। তদুপৰি তেওঁ দুৰ্ভগীয়া পৰিয়াল দুটালৈ ব্যক্তিগতভাবে বিত্তীয় সাহায্যও আগবঢ়ায়।

আনহাতে, অসমত জীৱিকাৰ কোনো পথ নোপোৱাৰ বাবে এই তিনি যুৱকে অনিশ্চয়তাক সাৱটি লৈ গোৱালৈ গৈছিল বুলি তেওঁলোকৰ পৰিয়ালৰ লোকে জনায়। দুৰ্ভগীয়া মনজিৎ মলৰ সম্পৰ্কত তেওঁৰ পৰিয়ালৰ লোকে কয় যে মনজিতেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। ভনীয়েকৰ বিয়াৰ যা-জোগাৰ কৰিবলৈ তেওঁ পাঁচ মাহ পূর্বে ঘৰলৈ আহিছিল বুলিও তেওঁৰ শোকসন্তপ্ত পৰিয়ালে জনায়। গোৱাত হাড়ভঙা পৰিশ্ৰম কৰি আয় কৰা ধনৰে যুৱকজনে পৰিয়ালো চলাই আছিল।

পুত্রক অকালতে হেৰুৱাই দুখত ভাগি পৰা মনজিতৰ পিতৃয়ে কয়, ‘তাৰ বাবে আমাৰ জীৱনৰ মান উন্নত হ’বলৈ ধৰিছিল। কিন্তু ভগৱান আমাৰ প্রতি নিষ্ঠুৰ হ’ল।’ একেদৰে ৰাহুল তাঁতীৰ পিতৃ বনুল তাঁতীয়ে কয়, ‘সি চিৰদিনলৈ আঁতৰি গ’ল বুলি আমি ভাবিবই পৰা নাই। পুৱতি নিশা ২-৩০ বজাত যেতিয়া ফোনকলটো পাইছিলো। তেতিয়া ভাবিছিলো যে সি আহত হৈছে। পাছত দুজন ভ্রাতৃয়ে তাৰ মৃত্যুৰ কথা নিশ্চিত কৰে।’

তাঁতীয়ে দুগৰাকী কণমানি কন্যা আৰু এটি দুমহীয়া পুত্ৰকো এৰি যায়। তেওঁৰ পত্নী সুকৃতিয়ে কয়, ‘আমি তেওঁ সোনকালে ঘৰলৈ আহিব বুলি বাট চাই আছিলো; কিন্তু তেওঁ নিথৰ হৈহে উভতি আহিল। মোৰ মূৰত পৃথিৱীখন ভাঙি পৰিছে। নাজানো, কেনেকৈ মই সন্তানকেইটা ডাঙৰ-দীঘল কৰিম। ‘আনহাতে, স্থানীয় লোকসকলে আঙুলিয়াই দিয়ে যে অসমৰ চাহ বাগিচা অঞ্চলসমূহত মানুহৰ মাজত আর্থিক-সামাজিক ব্যবধান বৃদ্ধি পোৱাটো জিলাখনৰ দুজনকৈ যুৱকৰ বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত মৃত্যুৱে উন্মোচন কৰিছে।

এই সম্পর্কত গুৰুপ্ৰসাদ মালাহ নামৰ এজন স্থানীয় লোকে কয়, ‘চাহ শ্রমিকৰ মজুৰি বৃদ্ধি নোপোৱাত চাহ শ্রমিকসকলৰ সন্তানসকলে জীৱিকাৰ বাবে পিতৃ-মাতৃৰ পথ অনুকৰণ নকৰি গোৱা, বাংগালুৰুকে ধৰি দেশৰ বিভিন্ন স্থানলৈ যাবলৈ লৈছে। এইসকলে হোটেল, ৰেস্তোৰাঁ, ব্যক্তিগত নিৰাপত্তা সংস্থাত কাম কৰি জীৱিকা অৰ্জন কৰিছে।’ একেদৰে দুৰ্ভগীয়া যুৱকদ্বয়ৰ পৰিয়ালৰ লোকেও কয় যে ঘৰ চলাবলৈ পৰাকৈ আজিও চাহ শ্রমিকসকলে মজুৰি লাভ কৰা নাই। সেয়েহে স্থানীয় ৫০ শতাংশৰো অধিক যুৱকে জীৱিকাৰ সন্ধানত গোৱা, বাংগালুৰু বা দেশৰ আন কোনো মহানগৰলৈ যাত্রা কৰিবলৈ লৈছে।

এই সম্পর্কত মালাহে লগতে কয়, ‘আমাৰ ইয়াত জীৱিকাৰ কোনো সুযোগে নাই। চাহ বাগিচাসমূহে সংগ্রাম কৰি আছে আৰু ইয়াত আন কোনো বৃহৎ উদ্যোগ নাই। গতিকে যুৱকসকলে ৰাজ্যৰ বাহিৰলৈ যাবলৈ লৈছে। তেওঁলোকে গৃহৰক্ষী, ৰান্ধনি অথবা তেনে ধৰণৰ অসুৰক্ষিত কাম কৰি জীৱিকা অর্জন কৰি আছে।’

এই সমস্যা সমাধানৰ ক্ষেত্ৰত স্থানীয় জনপ্রতিনিধিৰ অনীহাকো স্থানীয় লোকে সমালোচনা কৰিছে। একেদৰে ধেমাজিৰ দুৰ্ভগীয়া যুৱকজনৰ মাতৃয়ে জনায় যে স্থানীয়ভাবে জীৱিকাৰ কোনো সুযোগ বিচাৰি নোপোৱাৰ বাবে দুয়োজন পুত্ৰই সুদূৰ কেৰালা আৰু গোৱাত কাম কৰিবলৈ যায়। এই পুত্ৰৰ অন্যতম দিগন্ত পাটিৰৰ গোৱাৰ নৈশ ক্লাবৰ অগ্নিকাণ্ডটোত মৃত্যু হয়। তেওঁৰ শোকসন্তপ্ত মাতৃয়ে লগতে কয় যে তেওঁ ঘৰত কন্যাৰ স’তে বাস কৰে। দিগন্তৰ অকাল মৃত্যুরে প্রায় প্রতি বছৰে বান আৰু খহনীয়াত আক্রান্ত হোৱা অঞ্চলৰ বাসিন্দা এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে বিনামেঘে বজ্রপাত সদৃশ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FireGoa
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d