Guwahati Fire:মহানগৰীৰ এবিচিৰ ছয়মহলীয়া সুহম এম্প্ৰৰিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড

জুইৰ লেলিহান শিখাই ছানি ধৰে ৬ টাকৈ মহলাত, নিশা ১২ বজাৰ পৰা ১৫ খনকৈ অগ্নি নির্বাপক বাহিনীৰ জুই নির্বাপনৰ অহৰহ চেষ্টা অব্যাহত

fire

Guwahati Fire:

মহানগৰীৰ এবিচিৰ ছয়মহলীয়া সুহম এম্প্ৰৰিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড ৷ নিশা ১২ বজাত সুত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই মুহূৰ্ততে ছানি ধৰে ছয়টাকৈ মহলাত ৷

উল্লেখ্য যে অট্টালিকাটোৰ দ্বিতীয় মহলাত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা ৷ সন্দেহ কৰা মতে এছবিআইৰ কোটি-কোটি টকা জ্বলি ছাই হোৱাৰ আশংকা কৰা হৈছে ৷

আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে প্ৰায় ১২ৰ পৰা ১৫ খনকৈ অগ্নি নির্বাপক বাহিনীৰ জুই নির্বাপনৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

Exit mobile version