Rhino Attack:গৌৰীসাগৰৰ খনামুখ ভিতৰুৱালত গড়ৰ বিচৰণক লৈ আতংকিত গঞা

গঁড়ৰ আক্ৰমণত আঘাতপ্রাপ্ত এজন যুৱক

rhino

Rhino Attack:

গৌৰীসাগৰৰ খনামুখ ভিতৰুৱালত গড়ৰ বিচৰণক লৈ আতংকিত গঞা ৷ জকাইচুক পথাৰত গঁড়ৰ বিচৰণক লৈ ৰাইজ আতংকিত হৈ থকাৰ মাজতে গড়টোৰ আক্ৰমণত আহত হয় এজন যুৱক ৷ আঘাতপ্রাপ্ত যুৱকজনৰ নাম দীপাংকৰ কোঁৱৰ ৷ তেওঁক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷

আনহাতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গড়টোক জকাইচুক পথাৰৰ পৰা আঁতৰাই পঠিয়াবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

Exit mobile version