Boko incident:
বকোৰ বামুণীগাও-জামবাৰী সংযোগী পথৰ কালভাৰ্তৰ দ-খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ I
ADVERTISEMENT
মৃত লোকজন জামবাৰী মেধি পাৰাৰ ধীৰাজ মেধি (৩৪) বুলি জানিব পৰা গৈছে I বৰ্তমান মৃত্যুৰ কাৰণ ধৰিব পৰা নাই যদিও পৰিয়ালৰ লোকৰ গাড়ীৰ খুন্দিয়াই যোৱাৰ সন্দেহ। ঘটনাস্থলীত জামবাৰী পহৰা আৰক্ষী উপস্থিত।




































