Gautam Adani Guwahati Visit:গুৱাহাটীত উপস্থিত গৌতম আদানী

গুৱাহাটী বিমানকোঠৰ নৱ নিৰ্মিত টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব আদানী, গুৱাহাটী বিমানকোঠৰ পৰিচালনাৰ দায়িত্বত আছে আদানী গ্ৰুপ

WhatsApp Image 2025 12 20 at 12.43.55 PM

Gautam Adani Guwahati Visit:

দেশৰ শীৰ্ষ ধনী ব্যক্তি ৰূপে পৰিচিত তথা আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী উপস্থিত গুৱাহাটীত ৷ বিশেষ বিমানেৰে গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈ আদানীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে স্থল পথেৰে উপস্থিত হয় ৰেডিয়েছন ব্লু’ত ৷

উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ নিৰ্মিত টাৰ্মিনেল ৷ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব দেশৰ প্ৰতিষ্ঠিত উদ্যোগপতি গৰাকীয়ে ৷
উল্লেখযোগ্য লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিচালনাৰ দায়িত্বত আছে আদানী গ্ৰুপ I

Exit mobile version