Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হাদিৰ সমৰ্থকৰ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা ব্যর্থ কৰিলে বাংলাদেশৰ সেনাই

publisher by publisher
December 21, 2025
in News, International
Reading Time: 1 min read
0
হাদিৰ সমৰ্থকৰ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা ব্যর্থ কৰিলে বাংলাদেশৰ সেনাই
2
SHARES
22
VIEWS
ShareShareShareShare

Bangladesh:✒️বাংলাদেশত অব্যাহত আছে উন্মত্ত মৌলবাদীৰ তাণ্ডৱ। গতিকে সময় বাগৰাৰ লগে লগে দেশখন আভ্যন্তৰীণ সংঘাতত অধিক বিধ্বস্ত হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ আশংকা প্রকট হৈছে। ইনকিলাব মঞ্চ নামৰ নিষিদ্ধ মৌলবাদী সংগঠনটোৰ নেতা শ্বৰীফ ওচমান হাদিৰ দুর্বৃত্তৰ আক্ৰমণত মৃত্যুক অজুহাতৰূপে লৈ মৌলবাদীসকলে সূত্রপাত ঘটোৱা হত্যা-হিংসা বর্তমানেও অব্যাহত আছে।

ADVERTISEMENT

শনিবাৰে পুৱতি নিশা মৌলবাদীয়ে দেশখনৰ অন্যতম প্রধান ৰাজনৈতিক দল বাংলাদেশ নেচনেলিস্ট পার্টিৰ (বিএনপি)ৰ এজন নেতাৰ ঘৰ জুলাই তেওঁৰ সাত বছৰীয়া শিশু কন্যাক হত্যা কৰে। দুৱাৰত তলা লগাই বিএনপি নেতাজনৰ ঘৰ জ্বলাই দিয়ে উন্মত্ত মৌলবাদীসকলে। এই নাৰকীয় কাণ্ড সংঘটিত হৈছে ছট্টগ্রামৰ লক্ষ্মীপুৰ জিলাত। সূত্রই প্রকাশ কৰা অনুসৰি পুৱতি নিশা দুই বজাত বিএনপিৰ ভবানীগঞ্জৰ সহকাৰী সাংগঠনিক সম্পাদক বেলাল হুছেইনৰ ঘৰত অগ্নিসংযোগ কৰে একাংশ উন্মত্ত মৌলবাদীয়ে। ইয়াৰ পূৰ্বে ঘৰৰ দুৱাৰত তলা লগাই ভিতৰৰ পৰা কোনো লোক বাহিৰলৈ ওলাব নোৱাৰা কৰি লয় হিংস্ৰৰূপ ধাৰণ কৰা মৌলবাদীসকলে। তাৰ পাছতে উন্মত্ত লোকসকলে পেট্র’ল – ঢালি হুছেইনৰ ঘৰত অগ্নিসংযোগ কৰে। দদপাই জ্বলি উঠা জুইত মুহূর্ততে ঘৰ ভস্মীভূত হয়। ফলত হুছেইনৰ সাত বছৰীয়া কন্যা আয়েছা আখতাৰৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ আন দুগৰাকী কন্যা বিথি আখতাৰ আৰু স্মৃতি আখতাৰ গুৰুতৰভাৱে আহত হয়। পাছত আহত দুগৰাকীক উন্নত চিকিৎসাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় বার্ণ আৰু প্লাষ্টিক ছাৰ্জাৰী ইনষ্টিটিউটলৈ প্রেৰণ কৰা হয়। এই অগ্নিকাণ্ডত বিএনপি নেতা হুছেইনো আহত হয়।

RelatedPosts

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

২০২৫ চনত বাংলাদেশত অপহৰণৰ অভিযোগে ভাঙিলে ৰেকৰ্ড

ভোটৰ আগতেই বাংলাদেশৰ ভোলা জিলাত হিংসাত্মক পৰিস্থিতি!

সম্প্রতি তেওঁ লক্ষ্মীপুৰ সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্বাভাবিকতে এই ঘটনাই চৌদিশে প্রবল প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোক বিএনপি দলে কঠোৰ ভাষাৰে নিন্দা কৰিছে। দলৰ যুটীয়া আহ্বায়ক হাছিবুৰ ৰহমানে অভিযোগ উত্থাপন কৰিছে যে বিএনপি নেতাজনৰ ঘৰত আক্ৰমণৰ ঘটনা সম্পূর্ণ পূর্ব পৰিকল্পিত আছিল। উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা একাংশ মৌলবাদীয়ে এজন হিন্দু ধর্মীয় যুৱকক কৰ্মস্থলীতে হত্যা কৰি পাছত জুলাই দিয়ে। ইয়াৰ সমান্তৰালভাৱে হাদি হত্যাৰ প্রতিবাদ জনাই অগণন মৌলবাদীয়ে চৌদিশে ধ্বংসলীলা চলায়। মৌলবাদীসকলৰ জিঘাংসাৰ পৰা দেশখনৰ বাঙালী সংস্কৃতিৰ ঐতিহ্যবাহী সাংস্কৃতিক কেন্দ্রটোরেও বেহাই নাপালে।

তদুপৰি দুখনকৈ অগ্রণী বাতৰি কাকতৰ কাৰ্যালয়ো আক্রমণ কৰি মৌলবাদীয়ে অগ্নিসংযোগ কৰে। এনেদৰে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ওৰে নিশা মৌলবাদীয়ে তাণ্ডব – চলায়। উল্লেখ্য যে যোৱা ১২ ডিচেম্বৰত অচিনাক্ত বন্দুকধাৰীৰ গুলিত আহত ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওচমান হাদিব চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা ছিংগাপুৰত বিয়োগ ঘটে। এই খবৰ বিয়পি পৰাৰ লগে লগে ইয়াক অজুহাতৰূপে লৈ ঢাকা, ছট্টগ্রাম, খুলনা আদিত অগণন মৌলবাদী ৰাজপথলৈ ওলাই আহি ধ্বংসলীলা আৰম্ভ কৰে। পূৰ্বৰ পৰা মৌলবাদীসকলৰ প্ৰতি নৰম স্থিতি গ্রহণ কৰি অহা ড° মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্বর্তী চৰকাৰে এই অৰাজক – পৰিস্থিতি নিয়ন্ত্রণত শোচনীয় ব্যর্থতা স্বীকাৰ কৰে। নিৰাপত্তা বাহিনীৰ উপস্থিতিতে উন্মত্ত মৌলবাদীসকলে এফালৰ পৰা ধ্বংসলীলা চলাবলৈ ধৰে।

ইপিনে, হাদিৰ নিথৰদেহ যোৱা নিশা ছিংগাপুৰৰ পৰা স্বদেশলৈ অনা হয়। পাছত কালি সংসদ ভৱনত তেওঁলৈ শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হয়। তেওঁৰ শেষকৃত্যৰ সময়তো ঢাকাত মৌলবাদীয়ে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। নেতাজনৰ শেষকৃত্য উপলক্ষে অগণন মৌলবাদী উপস্থিত হয়। জানাজা নামাজ শেষ হোৱাৰ পাছতে এই উন্মত্ত লোকসকলৰ মাজত থকা একাংশ সশস্ত্র মৌলবাদীয়ে সংসদ ভৱনৰ চৌহদতো প্ৰৱেশৰ অপচেষ্টা কৰে। অৱশ্যে সেনাই এই মৌলবাদীসকলক নিৰস্ত্ৰ কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়। এই ঘটনা সংঘটিত হয় দিনৰ আঢ়ৈ বজাত। উন্মত্ত মৌলবাদীসকল সংসদ ভৱনৰ দিশে অগ্ৰসৰ হোৱাৰ লগে লগে সেনাই সংসদ ভবনৰ প্ৰবেশদ্বাৰসমূহ ঘেৰি পেলায়। মুহূৰ্তৰ – ভিতৰতে সংসদ ভরনক অভেদ্য দুর্গত পৰিণত কৰা হয়। ভৱনৰ চাৰিওদিশে সেনাই অৱস্থান কৰাৰ পাছত মৌলবাদীসকলক আঁতৰি যাবলৈ মাইকযোগে অনুৰোধ জনোৱা হয়।

তৎসত্ত্বেও একাংশ মৌলবাদীয়ে সাংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ব্যর্থ চেষ্টা চলায়। ইয়াক কেন্দ্র কবি তীব্র উত্তেজনাপূর্ণ পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে সেনাৰ কঠোৰ – স্থিতিত উত্তেজনা কিছু শাম কাটে। এনে পৰিস্থিতিৰ মাজতে কালি সংসদ ভৱনৰ দক্ষিণ প্লাজাত মৌলবাদী নেতাজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। এই শেষকৃত্য অনুষ্ঠানত অন্তবর্তী চৰকাৰৰ মুখ্য উপদেষ্টা ড° ইউনুছ, উপদেষ্টা পৰিষদৰ সদস্যবর্গ আৰু একাংশ ৰাজনৈতিক নেতায়ো অংশগ্রহণ কৰে। নেতাজনলৈ শেষ শ্রদ্ধা জনাবলৈ সংসদ ভৱনৰ ওচৰত অগণন লোকে ভিৰ কৰে। শেষকৃত্য অনুষ্ঠানতো হাদিৰ পৰিয়ালবৰ্গ আৰু ইনকিলাব মঞ্চৰ নেতা-কর্মীসকলে তেওঁৰ হত্যাকাৰীৰ শীঘ্ৰে গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে হাদিৰ শেষকৃত্য উপলক্ষে সমবেত লোকৰ মাজৰ পৰা হিংসা বিয়পিব পাৰে বুলি মার্কিন প্রশাসনে পূর্বে বাংলাদেশত থকা স্বদেশৰ নাগৰিকসকলক উদ্দেশি এক = সতর্কতা জাৰি কৰে। তদুপৰি ঢাকাত কালি ব্যাপক যান-জট সৃষ্টিৰো আশংকা কৰা হয়। অৱশ্যে যান-জটৰ সমস্যা চৰকাৰে চম্ভালি ল’বলৈ সক্ষম হয়।

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ ৰাষ্ট্ৰসংঘৰ, হাদিৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ পোষকতা

মৌলবাদী নেতা ওচমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি ভাৰত বিৰোধী মৌলবাদীয়ে সৃষ্টি কৰা অৰাজক পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘয়ো উদ্বেগ প্রকাশ কৰিছে। হাদি হত্যাৰ নিৰপেক্ষ তদন্তৰো পোষকতা কৰিছে ৰাষ্ট্ৰসংঘই। দেশখনৰ সকলোকে সংযমী হ’বলৈও ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে। এক বিবৃতিত আন্তর্জাতিক সংগঠনটোৰ সচিব প্রধান এন্টনিঅ’ গুটেৰেছে কয়, ‘আন্তর্জাতিক মানৱাধিকাৰৰ স’তে সংগতি ৰাখি (হাদি হত্যাব) নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ প্রয়োজন। অহা ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য নিৰ্বাচনৰ কথা মনত ৰাখি তদন্ত প্রক্রিয়া দ্রুততৰে সম্পন্ন কৰা প্রয়োজনীয়তা আছে।’

উল্লেখ্য যে অহা ১২ ফেব্ৰুৱাৰীত দেশখনৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ প্ৰাক্‌মুহূৰ্তত দেশখনৰ পৰিস্থিতি ভয়ানকভাবে অৰাজক হৈ পৰিছে। হত্যা-হিংসাই ছানি ধৰা দেশখনৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংক্ৰান্তীয় উচ্চাযুক্ত ভল্কাৰ টার্কেও উদ্বেগ প্রকাশ কৰিছে। জেনেভাত এক বিবৃতিত তেওঁ কয়, ‘হাদিৰ মৃত্যুৰ খবৰে আমাক অত্যন্ত বিব্রত কৰিছে। এই কঠিন সময়ত সকলোৱে সংযম প্রদর্শন কৰাৰ প্ৰয়োজন।’

শিৰনত নকৰো: মৌলবাদীয়ে চূৰমাৰ কৰা কাৰ্যালয়ৰ পৰাই প্ৰকাশ দুই সংবাদপত্র

যোৱা বৃহস্পতিবাৰে নিশা উন্মত্ত মৌলবাদীয়ে ভাঙি আৰু অগ্নিসংযোগ কৰি বিস্তৰ ক্ষতিসাধন কৰা কাৰ্যালয়ৰ পৰাই প্রকাশ পাইছে বাংলাদেশৰ দুই অগ্রণী সংবাদপত্র ‘প্রথম আলো’ আৰু ‘ডেইলী ষ্টাৰ’ কাকত। দুয়োখন কাকতবে আজিৰ সংখ্যা প্রকাশ পায়। অৱশ্যে মৌলবাদীয়ে কাকত দুখনৰ কাৰ্যালয়ত চলোৱা তাণ্ডৱৰ বাবে কালিৰ সংখ্যা প্রকাশ নাপালে। তদুপৰি মৌলবাদী জিঘাংসাৰ পৰা কথমপিহে প্ৰাণৰক্ষা পৰে কাকত দুখনৰ সাংবাদিক আৰু সংবাদপত্র কর্মীসকলৰ। কাৰ্যালয় চুৰমাৰ হোৱাৰ বাবে শুকুৰবাৰে ছপা কাকতৰ লগতে অনলাইন সংস্কৰণো প্রকাশ নাপালে। আনহাতে, মৌলবাদীৰ নিষ্ঠুৰতাক আওকাণ কৰি আৰু এই সমাজ বিৰোধীসকলৰ ভাবুকিলৈ কেৰেপ নকৰি কালি কাকত দুখনৰ সাংবাদিক আৰু সংবাদ কর্মীসকল ভঙা কার্যালয়তে কর্মত নিয়োজিত হয়।

ইয়াৰ সুবাদত দুয়োখন কাকতৰ আজিৰ সংস্কৰণ প্ৰকাশ পায়। – ‘প্রথম আলো’ৰ আজিৰ প্ৰথম পৃষ্ঠাত মূল বাতৰিৰূপে প্রকাশ পাইছে কাকত দুখনৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা মৌলবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ ঘটনা। ‘প্রথম আলো-ডেইলী ষ্টাৰ’ আক্রান্ত বুলি বাতৰিটোৰ শিৰোনাম দিয়া হৈছে। – ইয়াৰ স’তে বাতৰিৰূপে ঘটনাটোক লৈ বিভিন্ন পক্ষই প্রকাশ কৰা প্ৰতিক্ৰিয়াৰ প্ৰতিবেদন। তদুপৰি ইনকিলাব মঞ্চৰ আহ্বায়ক ওচমান হাদিৰ শেষকৃত্য সংক্রান্তীয় খবৰো কাকতখনে প্রথম পৃষ্ঠাতে ঠাই দিয়ে। আনহাতে ‘ডেইলী ষ্টাৰ’ৰ আজিৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত থকা এটা শব্দ (আনবাওড-আপোচহীন)ই পঢ়ুৱৈসকলৰ দৃষ্টি আকর্ষণ কৰিছে। কাকতখনৰ এই বাতবিয়ে স্পষ্ট কবি দিছে যে তেওঁলোকে ভাবুকি বা ধ্বংসলীলাৰ ওচৰত শিবনত নকৰে। হাদিৰ শেষকৃত্য সম্পর্কীয় খবৰো কাকতখনৰ প্রথম পৃষ্ঠাতে প্রকাশ পাইছে।

উল্লেখ্য যে কাকত দুখনৰ আক্ৰমণত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে কাকত দুখনৰ সম্পাদকৰ স’তে কালি ফোনত বাৰ্তালাপ কৰে ড০ ইউনুছে। – এই বাৰ্তালাপৰ সময়ত সংবাদ মাধ্যমৰ ওপৰত সংঘটিত এই আক্রমণক তেওঁ গৰিহণা দিয়ে।

বাংলাদেশত হিন্দু যুৱকক হত্যাত জড়িত সাতজনক গ্ৰেপ্তাৰ

বাংলাদেশত হিন্দু যুৱক হত্যাত জড়িত সাতজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি এই কথা প্রকাশ কৰে দেশখনৰ অন্তবর্তী চৰকাৰৰ মুখ্য উপদেষ্টা ড° মহম্মদ ইউনুছে। উল্লেখ্য যে শ্বৰীফ ওচমান হাদি হত্যাৰ প্ৰতিবাদত যোৱা বৃহস্পতিবাৰে নিশা মৌলবাদীয়ে সমগ্র দেশজুৰি অৰাজক পৰিৱেশ সৃষ্টি কৰাৰ সময়তে কাৰখানাৰ কৰ্মস্থলীতে একাংশ উন্মত্ত লোকে মৰিয়াই হত্যা কৰি জ্বলাই দিয়ে দীপু চন্দ্র দাস নামৰ যুৱকজনক। মৈমনচিঙত সংঘটিত এই লোমহর্ষক ঘটনাই চৌদিশে প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পাছত ঘটনা সংক্রান্তত ৰেপিড একচন বেটেলিয়নে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি ড০ ইউনুছে প্রকাশ কৰিছে। এই সাত অভিযুক্তক মহম্মদ লিমন সৰকাৰ (১৯), মহম্মদ তাৰেক হুছেইন (১৯), মহম্মদ মাণিক মিঞা (২০), ইর্শাদ আলী (৩৯), নিজুমুদ্দিন (২০), আলমগিৰ হুছেইন (৩৮) আৰু মহম্মদ মিৰাজ হুছেইন ওৰফে অকণ (৪৬) বুলি চিনাক্ত কৰা হৈছে। ড০ ইউনুছে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি ৰেপিড একচন বেটেলিয়নে বিভিন্ন স্থানত অভিযান চলাই এই অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BANGLADESH
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d