দিনটোৰ ৰাশিফল

horoscope new 4

Horoscope:✒️মেষ: পাৰিবাৰিক কিছু সমস্যা থাকিব, বিদ্যাৰ ক্ষেত্ৰত শুভ, শত্ৰুৱে অনিষ্ট কৰিব চেষ্টা কৰিব, তীর্থ ভ্রমণ, শুভ ৰং- বগা, অশুভ বগা, শুভ সংখ্যা-৩।

বৃষঃ দুৰ্ঘটনাৰ পৰা সাৱধান হ’ব, ধন প্ৰাপ্তিৰ যোগ, মানসিক চিন্তা, ৰক্তচাপ বৃদ্ধি, শুভ ৰং- আকাশী, অশুভ- কলা। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

মিথুন: প্ৰেমত বিবাহৰ যোগ, দাম্পত্যত কিছু খেলি-মেলি, আয় বৃদ্ধি, নতুন কোনো সুসংবাদ পাব, শুভ ৰং মটীয়া। অশুভ- নীলা, শুভ সংখ্যা ৪।

কর্কট: আপোনাৰ যোগ্যতা প্রতিভা আনে স্বীকাৰ কৰিব। হতাশা আঁতৰিব, আলহীৰ আগমন, বিদ্যাত শুভ। শুভ ৰং গুলপীয়া। অশুভ- ক’লা, শুভসংখ্যা ৩।

সিংহ: কর্মত উন্নতি। নিবনুৱাৰ কৰ্মসংস্থাপনৰ সুযোগ। শিল্পী, সাহিত্যিক, ৰাজনীতিবিদৰ সন্মান বৃদ্ধি। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।

কন্যা: আনৰ ভৰসাৰ পাত্ৰ হ’ব পাৰিব। খং কমাওক উন্নতি হ’ব, দুর্বল লোকক অনিষ্ট নকৰিব, ব্যয় বৃদ্ধি, শুভ ৰং- ক’লা, অশুভ-ৰূপালী। শুভসংখ্যা ৩।

তুলা: বিবাহিত কাৰ্য সম্পাদন কৰিব পাৰিব। সন্দেহৰ মাজেৰে একো নকৰিব। ব্যৱসায়ত উন্নতি। শুভ ৰং বগা। অশুভ- ক’লা। শুভ সংখ্যা ৭।

বৃশ্চিক: কৰ্ম তৎপৰতা বৃদ্ধি পালেও জিৰণিৰ প্ৰয়োজন হ’ব। ছিগা বস্ত্র নিপিন্ধিব। গহ নিৰ্মাণৰ যোগ, শুভ ৰং হালধীয়া। অশুভ-ৰঙা। শুভসংখ্যা ৯।

ধনু: পৰীক্ষাত সুনাম, ধৈৰ্যৰ সুফল পাব, আলহীৰ পৰা আমনি পাব পাৰে, বিদ্যাত শুভ, শুভ ৰং বগা, অশুভ-ক’লা। শুভ সংখ্যা ৪।

মকৰ : যিকোনো লোকক মনৰ কথা নক’ব, পৰিশ্ৰমৰ মাত্রা বৃদ্ধি পাব, জুইৰ পৰা সাৱধান, প্ৰেমত শুভ, শুভ ৰং ৰূপালী, অশুভ- নীলা। শুভসংখ্যা ৮।

কুম্ভ: ধূমপান বৰ্জন কৰক, স্বাৱলম্বী চিন্তা, ক্রীড়াত সুনাম, ভ্ৰমণৰ যোগ, শুভং ৰং কমলা। শুভ সংখ্যা ৫।

মীন: নতুন যোগ। কোনো লোকে সম্মানত আঘাত দিব পাৰে, ভাই-ভতিজাক লৈ চিন্তা, প্রেমত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

Exit mobile version