Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cow Theft Incident In Dibrugarh: বছৰটোৰ দ্বিতীয়টো দিনতেই ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা

publisher by publisher
January 2, 2026
in Assam, Crime
Reading Time: 1 min read
0
Cow Theft Incident In Dibrugarh: বছৰটোৰ দ্বিতীয়টো দিনতেই ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা
2
SHARES
19
VIEWS
ShareShareShareShare

Cow Theft Incident In Dibrugarh:

বছৰটোৰ দ্বিতীয়টো দিনতেই ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা I গৰু চোৰক কেন্দ্র কৰি ডিব্ৰুগড়ত উতপ্ত পৰিস্থিতি । স্থানীয় ৰাইজৰ মতে ৰাইজে আটক কৰা গৰু চোৰক আৰক্ষীয়ে যাবলৈ দিয়াৰ অভিযোগৰ পিছতে উদ্ভৱ হয় অপ্ৰীতিকৰ পৰিস্থিতি। বিগত বহু সময় ধৰি মাইজানৰ স্থানীয় ঘৰৰ পৰা চুৰি হৈছিল গৰু-ছাগলী। সেয়ে সেই অঞ্চলৰ একাংশ যুৱকে পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল। আজিও পহৰা দি থাকোঁতেই পুৱতি নিশা প্ৰায় ৩ বজাত মাইজানৰ নতুন গাঁৱত এখন নাম্বাৰ প্লেট বিহীন চাৰিচকীয়া বাহন লৈ তিনি জন যুৱকৰ দল ৰহস্যজনক ভাৱে প্ৰৱেশ কৰে।

ADVERTISEMENT

ৰহস্যজনক ভাৱে প্ৰৱেশৰ পাছতে গৰুৰ জাক এটাৰ কাষলৈ যোৱাত গাওঁখনত গৰু চোৰ কৰিবলৈ অহাৰ সন্দেহত যুৱক কেইজনক সোধা পোচা কৰি আটক কৰি ৰাখে। কিন্তু যুৱকৰ দলটোৱে স্থানীয় ৰাইজৰ প্ৰশ্নৰ সদুত্তৰ দিব নিদি গোপনে আৰক্ষীলৈ ফোন কৰে। লগে লগে টহলদাৰী আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজক আশ্বস্ত কৰাৰ বিপৰীতে নম্বৰ প্লেট বিহীন বাহন সহ তিনি যুৱকক আঁতৰাই পঠাই। তাৰ পাছতেই স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে। দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু তথা পশুধনৰ চুৰি কাৰ্যৰ ফলত অতিষ্ঠ হৈ আছিল স্থানীয় ৰাইজ।

RelatedPosts

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

Theft Incident :মহানগৰীত ফুট গধুলিতে চোৰৰ চাফাই অভিযান

Theft Incident: মহানগৰীৰ গনেশপাৰাত পুনৰ অধিবক্তাৰ চেম্বাৰত লুটপাত

ইতিমধ্যে অঞ্চলটোত গৰু চুৰি সংঘটিত হৈ গোহালীৰ খালী হৈ পৰাৰ অভিযোগ উত্থাপন হোৱা লগতে গৰু চুৰ ৰোধ কৰিবলৈ যোৱাৰ সময়ত গৰু চুৰিৰ হাতত কেইবাজনো লোক প্ৰহৃত হ’ব লগা হৈছে। অৱশেষত স্থানীয় গাওঁবাসীয়ে পাল পাতি গৰু চুৰ ৰুধিবলৈ চেষ্টা কৰি আহিছিল। তেনে সময়তে যোৱা নিশা প্ৰায় ৩ বজাত নম্বৰ প্লেট বিহীন বাহনত সন্দেহ জনক ভাৱে তিনি যুৱকক স্থানীয় ৰাইজে ৰখাই সোধপোছ কৰাৰ পৰৱৰ্তী সময়ত যি উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। ঠেলা হেঁচাৰ লগতে পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যায়। অভিযোগ অনুসৰি এজন আৰক্ষী কনিষ্টবল আহত হয়। অৱশেষত আৰক্ষীৰ লোকে শূন্যলৈ গুলী চালনা কৰে ।

পৰিস্থিতি অধিক অৱনতি ঘটাত নিয়ন্ত্ৰণৰ বাবে আহিব লগা হ’ল অতিৰিক্ত আৰক্ষী পৰ্যন্ত । টনা- আজোৰাত এজন আৰক্ষীৰ লোকৰ নেইম প্লেট ঘটনাস্থলিতে পৰি ৰয়।ৰাইজে খালি কাৰ্টজ উদ্ধাৰ কৰি আৰক্ষীক গটাই দিয়া বুলিও প্ৰকাশ কৰিছে। ইফালে ঘটনাক লৈ ডিব্ৰুগড় আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱ উপস্থিত হৈ পৰিস্থিতি তদন্ত কৰে।

ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ,অতিৰিক্ত আৰক্ষী অধীক্ষক,উপ আৰক্ষী অধীক্ষক সহ বিশাল অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ কেনেদৰে ঘটনাটো সংঘটিত হ’ল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে নম্বৰ প্লেট বিহীন বাহন খন আৰক্ষীয়ে জব্দ কৰে। লগতে বাহনখনত থকা গৰু চুৰৰ সন্দেহ কৰা তিনি যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে তিনি যুৱকে পুৱতি নিশা উক্ত অঞ্চললৈ যোৱা সময়ত স্থানীয় ৰাইজে আইন হাতত তুলি বাহন অনিষ্ট আৰু তিনি যুৱকক প্ৰহাৰ কৰাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলী চলাব লগা পৰিস্থিতিৰ সৃষ্টি হয়।

WhatsApp Image 2026 01 02 at 4.46.51 PMসমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি দোষী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। অৱশ্যে ডিব্ৰুগড় বিভিন্ন প্ৰান্তত শেহতীয়াকৈ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা বাবে সঘনাই গৰু চুৰ ঘটনা বৃদ্ধি হোৱা লগতে স্থানীয় জনসাধাৰণ সৰ্বস্বান্ত হৈ আহিছে। ইপিনে আৰক্ষীক গোচৰ দিলেও কোনো ব্যৱস্থা গ্ৰহণ কৰা বিপৰীতে আৰক্ষী গৰু চুৰ পক্ষ গ্ৰহণ কৰা গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।যাৰ বাবে যোৱা নিশা ঘটনা উদ্ভৱ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰাৰ পাছতহে পোহৰলৈ আহিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Blank FireDIBRUGARH POLICETheft Incident
publisher

publisher

Related Posts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী
Crime

March 9, 2026
Golakganj:গোলকগঞ্জত হিতাধিকাৰীৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ 

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d