Dispur Thana:
মহানগৰীৰ সদাব্যস্ত আৰক্ষী থানা হিচাপে পৰিচিত দিছপুৰ থানাৰ দুই বিষয়ালৈ আগবঢ়োৱা হয় ডিজিপিৰ প্রশস্তিমূলক পদক ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ডিজিপিৰ প্রশস্তিমূলক স্বর্ণ পদক লাভ কৰাৰ বিপৰীতে অতিৰিক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত লস্কৰে লাভ কৰে ডিজিপিৰ প্রশস্তিমূলক ৰূপৰ পদক ৷
