LACHIT-1:
ইতিহাস ৰছনা কৰি আজি মহাকাশত স্থাপন কৰাৰ কথা আছি উত্তৰ-পূবৰ প্ৰথমটো বেচৰকাৰী উপগ্ৰহ LACHIT-1 ৷ গুৱাহাটীৰ মহানগৰীৰ পাশ্বৱৰ্তী আছাম ডনবস্ক’ ইউনিভাৰচিটীৰ ৫০ৰো অধিক শিক্ষার্থী আৰু অধ্যাপকে মিলিত হৈ প্ৰস্তুত কৰিছে উপগ্রহটো ।