Cattle Theft Arrested:
চোৰাং গৰুৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰখা অভিযানৰ মাজতে পৰ্বতঝোৰাত নিশা বগৰীবাৰি আৰক্ষীৰ অভিযানত ৪ টাকৈ চোৰাং গৰুসহ ৩ গো-সৰবৰাহকাৰীক আটক কৰা হয়। আটকাধীন চোৰাং গো সৰবৰাহকাৰী কেইটা ক্রমে গোৱালপাৰাৰ টেনুকা গাঁৱৰ আইন উদ্দীন,বগৰীবাৰীৰ আংগাৰকাটাৰ ৰফিক আলি, ৰুবুল হক ৷
