Accident in Jakukbari:জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাজপথত ৰৈ থকা ডাম্পাৰত খুন্দা ডি আই বাহনৰ

WhatsApp Image 2026 01 19 at 11.10.16 AM 1 1

Accident in Jakukbari:

মহানগৰীৰ পাশ্বৱৰ্তী জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পদুমবড়ীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ডাম্পাৰক দ্ৰতবেগী টাটা ডি আই বাহনে পিছফালৰ প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত ডাম্পাৰ খনৰ হেণ্ডিমেন ছাইদুল ইছলাম গুৰুতৰভাৱে আহত হয় ৷ আহত অৱস্থাত স্থানীয়লোকে ততাতৈয়াকৈ জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে টাটা ডি আই বাহন খনৰ চালকজন। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয় ৷

Exit mobile version