Ganja Seized:নিউ বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ মেইল এক্সপ্ৰেছৰ পৰা জব্দ প্রায় গাঞ্জা

WhatsApp Image 2026 01 19 at 4.17.49 PM

Ganja Seized:

নিউ বঙাইগাঁও ৰে’ল জংচনত গাঞ্জা জব্দ ৷ বিশেষ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ মেইল এক্সপ্ৰেছত অৰ্তকিতে অভিযান চলাই প্ৰায় ২৫ কিলোগ্ৰাম গাঞ্জা সহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সৰবৰাহকাৰীজনৰ ঘৰ বিহাৰত ৷ ঘটনা সন্দৰ্ভত জিআৰপিয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version