Drugs Seized:ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ৰাজ্যজুৰি অভিযান

কাৰ্বি আংলঙৰ মাঞ্জাত জব্দ হেৰ'ইন, বশিষ্ঠৰ বাক্ৰাপাৰাত গাঞ্জা সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

WhatsApp Image 2026 01 22 at 6.09.34 PM

Drugs Seized:

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ৰাজ্যজুৰি অব্যাহত থকা অভিযানৰ মাজতে কাৰ্বি আংলঙৰ মাঞ্জাত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইন৷ বিশেষ খবৰৰ ভিত্তিত মাঞ্জা আৰক্ষীয়ে দৈনিক নাকা তালাচীত এখন বাইকৰ উদ্ধাৰ কৰে ৩০ টা চাবোনৰ বাকচত ৩৭৪ গ্রাম হেৰ’ইন সহ দুই সৰবৰাহকাৰী চুমন দাহাল আৰু উত্তম কুমাৰ চৌহান ৷

আনহাতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ বাক্ৰাপাৰাত বশিষ্ঠ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ১৪ কেজি গাঞ্জা সহ দুই সৰবৰাহকাৰী ক্ৰমে ছয়গাঁৱৰ ৰুকীয়া খাতুন আৰু লক্ষীপুৰৰ চমুল্য নমদাস গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version